ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২০২৬ চনৰ হজ তীৰ্থযাত্ৰাৰ বাবে নতুন চৰকাৰী নিৰ্দেশনা মুকলি ছৌদি আৰৱৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 11, 2025
Reading Time: 1 min read
A A
0
দেশৰ পৰা এইবাৰো বাতিল হজযাত্ৰা:

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

ছৌদি আৰৱে ২০২৬ চনৰ হজ তীৰ্থযাত্ৰাৰ (Hajj Yatra)  বাবে নতুন চৰকাৰী নিৰ্দেশনা মুকলি কৰিছে। হজ তীৰ্থযাত্ৰাৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আৰু ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কেইবাটাও নতুন নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Hajj
২০২৬ চনৰ হজ তীৰ্থযাত্ৰাৰ বাবে নতুন চৰকাৰী নিৰ্দেশনা মুকলি ছৌদি আৰৱৰ:

ছৌদি আৰৱৰ হজ আৰু ওমৰাহ মন্ত্ৰালয়ে কৈছে যে মক্কাৰ মছজিদ আল-হাৰাম আৰু মদিনাৰ মছজিদ আল-নবাৱীত কোনো ফটো বা ভিডিঅ’ ল’বলৈ অনুমতি দিয়া নহ’ব।

নিৰ্দেশনা অনুসৰি, যিসকলে লটাৰীৰ জৰিয়তে হজ ২০২৬ত অংশগ্ৰহণ কৰাৰ সুযোগ পাব তেওঁলোকৰ বাবে এই নিয়ম মনা বাধ্যতামূলক। চৰকাৰে এক নিৰ্দেশনাত কয়, “পৱিত্ৰ স্থানসমূহৰ মৰ্যাদা ৰক্ষা কৰিবলৈ আৰু তীৰ্থযাত্ৰীসকলৰ অনুভূতিক সন্মান জনাবলৈ দুয়োটা পবিত্ৰ মছজিদৰ ফটোগ্ৰাফী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব।

ছৌদি চৰকাৰৰ এটা সূত্ৰই জনোৱা মতে, যোৱা কেইবছৰমানত, হজ তীৰ্থযাত্ৰীসকলৰ একাংশৰ মাজত মোবাইল ফোনত ফটো আৰু ভিডিঅ’ তোলাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ফলস্বৰূপে, ধৰ্মীয় ৰীতি-নীতি পালন কৰা আৰু ভিৰ নিয়ন্ত্ৰণ কৰাত সমস্যা হয়।

Tags: চৰকাৰী নিৰ্দেশনা মুকলি ছৌদি আৰৱৰ২০২৬ চনৰ হজ তীৰ্থযাত্ৰাৰ বাবে নতুন
Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx