ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

LGB Airport । আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বৈশিষ্ট্য জানেনে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 20, 2025
Reading Time: 1 min read
A A
0
LGB Airport । আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বৈশিষ্ট্য জানেনে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে শনিবাৰে গুৱাহাটীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) । প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিয়ে বিমানবন্দৰ চৌহদত স্থাপন কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব।

LGB Airport ।
বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বৈশিষ্ট্য জানেনে:

ইয়াৰ পিছত নৱনিৰ্মিতি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব। উল্লেখ্য যে আদানি গ্ৰুপৰ দ্বাৰা পৰিচালিত এই বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰা হৈছে।

প্ৰকৃতিক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা টাৰ্মিনেলটোত ব্যৱহাৰ কৰা হৈছে প্ৰাকৃতিক উপাদানো। প্ৰায় ৫ হাজাৰ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই বিমানবন্দৰ টাৰ্মিনেলটো দেশৰ ভিতৰতে এনেধৰণৰ প্ৰথমটো টাৰ্মিনেল। অসমৰ বাঁহেৰে আৰু কপৌফুলৰ আর্হিত নিৰ্মাণ কৰা এইটো হৈছে দেশৰ প্ৰথমটো প্ৰাকৃতিক শোভাৰ সুশোভিত টাৰ্মিনেল।

IMG 20251220 WA0027 | ASSAM TIMES POST

এই টাৰ্মিনেলটো নিৰ্মাণত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অনা প্ৰায় ১৪০ টন বাঁহ ব্যৱহাৰ কৰা হৈছে। আনহাতে, কপৌফুলৰ আৰ্হিত টাৰ্মিনেলটোত নিৰ্মাণ কৰা হৈছে ৫৭ টা স্তম্ভ। প্রায় ১.৪০ লাখ বর্গমিটাৰ এলেকাজুৰি নির্মাণ কৰা অত্যাধুনিক টার্মিনেলটোত ১ লাখ বিভিন্ন গছপুলি ৰোপণ কৰা হৈছে।

IMG 20251220 WA0028 | ASSAM TIMES POST

মুকলি হোৱাৰ পিছত নতুন টাৰ্মিনেলটোৰ পৰা বছৰি ৬৬ লাখৰ পৰা ১.৩ কোটি যাত্ৰীৰ আগমন ঘটিব বুলি বিমানবন্দৰ প্ৰধাকাৰীৰ পৰা জনোৱা হৈছে। উল্লেখ্য যে এই নতুন টাৰ্মিনেলটো মুকলি হোৱাৰ পিছত বিমানবন্দৰৰ পুৰণি টাৰ্মিনেলটো বন্ধ কৰি দিয়া হ’ব।

Tags: আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়াবৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বৈশিষ্ট্য জানেনে
Share4Tweet3Send

Related Posts

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx