ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
January 15, 2026
Reading Time: 1 min read
A A
0
Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ

RELATED POSTS

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

New Logo Very Smal | ASSAM TIMES POST

ছিংগাপুৰ (Singapore) অভিমুখী এয়াৰ ইণ্ডিয়া (Air India)ৰ এখন বিমানে দিল্লীত জৰুৰীকালীন অৱতৰণ (Emergency landing in Delhi) কৰে। মাজ আকাশত থকাৰ সময়তে বিমানখনত কাৰিকৰী বিজুতিৰ সৃষ্টি হয়। উৰণৰ কিছু সময়ৰ পিছতে এই ত্ৰুটি‌ ধৰা পৰাত বিমানখনৰ পথ পৰিৱৰ্তন কৰি নিৰাপদে দিল্লীত অৱতৰণ কৰে। জানিব পৰা মতে, বিমানখনত ১৯০ জন যাত্ৰী আছিল আৰু সকলো নিৰাপদ।

সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ২৩৮০ ৰাণৱে এৰি যোৱাৰ কিছু সময়ৰ পিছতে সহায়ক শক্তি ইউনিটত (এ পি ইউ) অগ্নিকাণ্ডৰ সংকেত ধৰা পৰে। লগে লগে বিমানৰ ক্ৰুক সতৰ্ক কৰি দিয়া হয়।

air | ASSAM TIMES POST
ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ

পাইলটে জৰুৰীকালীন অৱতৰণৰ বাবে অনুমতি বিচাৰে। এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ পৰা সেউজ সংকেত পোৱাৰ পিছত পাইলটে বিমানখন ঘূৰাই দিল্লীলৈ আনে। ইয়াৰ পিছত বিমানখন নিৰাপদে অৱতৰণ কৰে। অৱশ্যে বিমানখন উৰণৰ পিছত প্ৰায় এঘণ্টা ধৰি আকাশত আছিল বুলি কোৱা হৈছে।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই এই ঘটনা স্বীকাৰ কৰি কয় যে পাইলট আৰু কেবিন ক্ৰুৱে বিমানখন নিৰাপদে নমাই আনিবলৈ সক্ষম হয়। তেওঁ কয়, “বিমানখন নিৰাপদে দিল্লীত অৱতৰণ কৰিলে। আমাৰ গ্ৰাউণ্ড ষ্টাফে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিলে। যাত্ৰীসকলক নিৰাপদে নমাই দিয়া হয়। তেওঁলোকক ছিংগাপুৰলৈ আন এখন বিমানত উঠাই দিয়া হৈছে।” অৱশ্যে কাৰিকৰী বিজুতি আৰু যাত্ৰীসকলৰ অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰে বিমান সংস্থাটোৰ মুখপাত্ৰই। জানিব পৰা মতে, পুৱা প্ৰায় ১ বজাত ছিংগাপুৰলৈ উৰা মাৰিছিল বিমানখন।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AirIndia
Share4Tweet3Send

Related Posts

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত
National-International

by News Desk
October 14, 2026
50
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ
National-International

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

by News Desk
October 14, 2026
50
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?
National-International

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

by News Desk
October 14, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ

ADVERTISEMENT
Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত
National-International

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

October 14, 2026
50
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ
National-International

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

October 14, 2026
50
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?
National-International

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

October 14, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

October 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

October 14, 2026
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

October 14, 2026
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

October 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d