ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran crisis : ইৰাণৰ পৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ তৎপৰতা

নিউজ ডেস্কঃ

News Desk by News Desk
January 16, 2026
Reading Time: 1 min read
A A
0
Iran crisis : ইৰাণৰ পৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ তৎপৰতা

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

এফালে হিংসাত্মক গণ প্ৰতিবাদ (Iran Mass protest), আনফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ‘সামৰিক ব্যৱস্থা’ৰ ভাবুকি (Threat of ‘military action’)। এনে এক অনিশ্চয়তাৰ পৰিবেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সকলো ভাৰতীয়ক ইৰাণৰ পৰা ঘূৰাই অনাৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কেন্দ্ৰৰ এই পদক্ষেপৰ কথা ঘোষণা কৰে। তদুপৰি নতুন দিল্লীয়ে ইজৰাইলত বসবাস কৰা ভাৰতীয়সকলকো ইৰাণী সেনাৰ আক্ৰমণৰ সম্ভাৱনা সন্দৰ্ভত সকীয়াই দিছে।

সংবাদ সংস্থা পি টি আয়ে প্রকাশ কৰা অনুসৰি, যেনেকৈ বিগত সময়ত উপসাগৰীয় যুদ্ধ, ৰাছিয়া-ইউক্রেইন যুদ্ধ আৰু আফগান গৃহযুদ্ধৰ সময়ত আবদ্ধ ভাৰতীয়ক বিশেষ বিমানৰ সহায়ত বায়ুসেনাই ‘এয়াৰলিফ্ট’ কৰিছিল, ঠিক তেনেদৰে ইৰাণতো কেন্দ্রই একেই কথা বিবেচনা কৰি আছে৷ এই ক্ষেত্ৰত চৰকাৰে অসামৰিক আৰু সামৰিক পৰিবহণ বিমান ব্যৱহাৰৰ বিকল্পও অন্বেষণ কৰিছে। কেন্দ্ৰই অনুমান কৰিছে যে বৰ্তমান ইৰাণত ছাত্ৰ-ছাত্ৰীকে ধৰি ১০ হাজাৰৰো অধিক ভাৰতীয় আছে।

iran 3 | ASSAM TIMES POST
ইৰাণৰ পৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ তৎপৰতা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চলিত বৰ্ষত ইৰাণত থকা ভাৰতীয় নাগৰিকসকলক দুটাকৈ পৰামৰ্শ জাৰি কৰিছে। পশ্চিম এছিয়াৰ দেশখনৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৫ জানুৱাৰীত নতুন দিল্লীয়ে প্ৰথমটো পৰামৰ্শ জাৰি কৰে। ন দিনৰ পাছত বুধবাৰে (১৪ জানুৱাৰী) বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে পুনৰ ইৰাণ সন্দৰ্ভত ভাৰতীয় নাগৰিকসকলক এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰে। তাত কোৱা হৈছে, “ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক পুনৰ পৰামৰ্শ দিয়া হৈছে যে এই সন্দৰ্ভত পৰৱৰ্তী জাননী নিদিয়ালৈকে দেশখনলৈ নাযাব। আপোনালোকক ৫ জানুৱাৰীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শও চাবলৈ অনুৰোধ কৰা হৈছে।”

একে সময়তে ইৰাণত থকা ভাৰতীয় দূতাবাসৰ পৰাও সতৰ্কবাণী জাৰি কৰা হৈছে। বৰ্তমান ইৰাণত থকাসকলক পাঁচ পৰ্যায়ৰ পৰামৰ্শ দিয়া হৈছে। তাত কোৱা হৈছে, “ভাৰতীয় নাগৰিকে যিকোনো প্ৰকাৰে তৎক্ষণাত ইৰাণ এৰি আহিব লাগে।” দূতাবাসে কয় যে ভাৰতীয়সকল যিকোনো উপলব্ধ যাতায়াতৰ মাধ্যমেৰে ঘৰলৈ উভতি আহিব লাগে। লগতে ভ্ৰমণ বা প্ৰব্ৰজন নথি-পত্ৰ, পাছপ’ৰ্ট, পৰিচয়-পত্ৰ সকলো সময়তে লগত ৰাখিবলৈ কোৱা হৈছে। পশ্চিম এছিয়াত পুনৰ উত্তেজনাৰ মাজতে বুধবাৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক ফোন কৰে। এই আলোচনাৰ বিষয়ে অৱগত কৰি জয়শংকৰে বুধবাৰে এক্স-পোষ্টত লিখিছে, “ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘচিৰ পৰা ফোন আহে। আমি ইৰাণ আৰু ইয়াৰ চৌপাশৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ।”

Tags: Irancrisis
Share4Tweet3Send

Related Posts

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

by Staff Reporter
July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

by Staff Reporter
July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

by Staff Reporter
July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

by Staff Reporter
July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
ADVERTISEMENT
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx