ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kaziranga Elevated Corridor : কাজিৰঙা এলিভেটেড ক’ৰিড’ৰ প্ৰকল্পৰ ভূমি পূজা, শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ ৬,৯৫৭ কোটি টকাৰ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহৎ প্ৰকল্প

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
January 18, 2026
Reading Time: 1 min read
A A
0
Kaziranga Elevated Corridor : কাজিৰঙা এলিভেটেড ক’ৰিড’ৰ প্ৰকল্পৰ ভূমি পূজা, শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ ৬,৯৫৭ কোটি টকাৰ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহৎ প্ৰকল্প

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অৰ্থাৎ ১৮ জানুৱাৰীত কাজিৰঙা এলিভেটেড ক’ৰিড’ৰ প্ৰকল্পৰ ভূমি পূজাৰ কাৰ্য সম্পন্ন কৰে৷ এই ভূমি পূজনৰ জৰিয়তে ৰাজ্যৰ পৰিকাঠামো বিকাশত এক দিশনিৰ্দেশক অভিযানৰ সূচনা কৰিলে। উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভ্ৰমণৰ দ্বিতীয়টো দিন অৰ্থাৎ দেওবাৰে কলিয়াবৰত অনুষ্ঠিত বিশাল জনসভাত উপস্থিত থাকে।
কাজিৰঙা এলিভেটেড ক’ৰিড’ৰ প্ৰকল্পৰ ভূমি পূজা, শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ ৬,৯৫৭ কোটি টকাৰ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহৎ প্ৰকল্প
কাজিৰঙা এলিভেটেড ক’ৰিড’ৰ প্ৰকল্পৰ ভূমি পূজা, শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ ৬,৯৫৭ কোটি টকাৰ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহৎ প্ৰকল্প

তাত তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কাজিৰঙা এলিভেটেড ক’ৰিডৰ প্ৰকল্পৰ শিলান্যাস কৰে। বন, ৰাষ্ট্ৰীয় প্ৰাণীৰ সুৰক্ষিত গতি-বিধান নিশ্চিত কৰা আৰু আঞ্চলিক সংযোগ বৃদ্ধি কৰাক লক্ষ্য কৰি এই ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহৎ কাৰ্যৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা ৩৫ কিলোমিটাৰ এলিভেটেড ৱাইল্ডলাইফ ক’ৰিড’ৰ, ২১ কিলোমিটাৰ বাইপাছৰ লগতে পূৰ্বৰ এনএইচ–৩৭ (এতিয়া এনএইচ–৭১৫) ৰ ৩০ কিলোমিটাৰ পথ দুইলেইনৰ পৰা চাৰিলেনলৈ প্ৰসাৰণৰ ব্যৱস্থা লোৱা হৈছে615818116 1463705721785790 1376738231477730996 n | ASSAM TIMES POST

উদ্যানৰ জীৱ-বৈচিত্ৰ্য ৰক্ষা, পথ সুৰক্ষা বৃদ্ধি আৰু ইক’টুৰিজমক উৎসাহিত কৰাই প্ৰকল্পটোৰ মূল লক্ষ্য। কাৰ্যকর্তাসকলৰ মতে, ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্প সম্পূৰ্ণ হ’লে এনএইচ–৩৭ত দুৰ্ঘটনা প্ৰমুখ্যে হ্রাস পাব আৰু মধ্য অসমক ওপৰ অসমৰ সৈতে বেছি সক্ৰিয়ভাৱে সংযোগ কৰিব। কালিয়াবৰ–নুমলীগড় অংশৰ চাৰিলেইন সম্প্রসাৰণ, প্ৰায় ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড ক’ৰিড’ৰ নিৰ্মাণ আৰু জখলাবন্ধা আৰু বোকাখাতত বাইপাছ নিৰ্মাণকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

618154323 1463705485119147 7361816554970054401 n | ASSAM TIMES POSTসুপ্ৰীম ক’ৰ্টৰ নিৰ্দেশনা আৰু ৱাইল্ডলাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ পৰামৰ্শ মানি প্ৰস্তুত কৰা নক্সাত এলিভেটেড পৰিকাঠামোৰ তলত নিৰ্দিষ্ট স্থান ৰখা হৈছে, যাতে বানপানীৰ সময়তো উদ্যানৰ প্ৰাণীসমূহে নির্বিঘ্নে কাৰ্বি আংলং পাহাৰৰ দিশত সহজে পাৰ হ’ব পাৰে। ৰাষ্ট্ৰীয় মহাসড়ক আৰু পৰিকাঠামো উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিল)-এ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় মহাসড়ক মন্ত্ৰণালয়ৰ অধীনত এই বৃহৎ প্ৰকল্পৰ কাৰ্য তদাৰকী কৰিব। আনহাতে ৩৬ মাহৰ ভিতৰত নির্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য ধৰা হৈছে। কেবিনেট কমিটী অন ইকনমিক এফেয়াৰছে ৮৬.৬৭৫ কিলোমিটাৰ দৈৰ্ঘৰ এই লেন-প্ৰসাৰণৰ কাম আৰু ৩৪.৫ কিলোমিটাৰ এলিভেটেড ক’ৰিড’ৰ অনুমোদন দিছিল।

এক্স প্লেটফৰ্মত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কালিয়াবৰত ভূমি পূজাৰ বাবে নিজে উপস্থিত থাকিব পাৰি আনন্দিত হয়। তেওঁ কয় যে ৩৫ কিলোমিটাৰ এলিভেটেড ক’ৰিড’ৰটোৱে বিশেষকৈ বৰষুণৰ দিনত বন্যপ্ৰাণী সুৰক্ষাত ডাঙৰ সহায় কৰিব। অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয় যে এলিভেটেড ক’ৰিড’ৰ প্ৰকল্প বন্যপ্ৰাণী সংৰক্ষণত এক ঐতিহাসিক পদক্ষেপ হ’বলৈ গৈছে, লগতে আঞ্চলিক সংযোগ প্ৰশস্ত কৰিবলৈও সহায়ক হ’ব।

বিশ্ববিখ্যাত জৈৱ-বৈচিত্ৰ্যৰ আধাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত বিশ্বৰ আটাইতকৈ বেছি সংখ্যা থকা এশিঙিয়া গঁড় সংৰক্ষিত। ইয়াৰ উপৰি ইয়াত বাঘ, হাতী, বন মহ আৰু অন্যান্য জীৱ-জন্তুৰে সমৃদ্ধ। উল্লেখ্য যে তদুপলক্ষে আয়োজিত সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘কাজিৰঙা নৈশ যাপন কৰি কাজিৰঙাৰ জীৱ-জন্তুক ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আনন্দিত হৈছো।

Tags: অসম আঞ্চলিক সংযোগঅসম পৰিকাঠামো বিকাশএনএইচ–৩৭ এলিভেটেড পথকাজিৰঙা এলিভেটেড ক’ৰিড’ৰকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটি গঁড়ৰ মৃত্যুপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীবন্যপ্ৰাণী সংৰক্ষণ অসমভূমি পূজা কালিয়াবৰহিমন্ত বিশ্ব শৰ্মাৱাইল্ডলাইফ ক’ৰিড’ৰ অসম
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!
National-International

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx