ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Jhumoir Binondini : বিমানবন্দৰৰ পৰা সৰুসজাইলৈ ব্যাপক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

নিউজ ডেস্কঃ

News Desk by News Desk
February 24, 2025
Reading Time: 1 min read
A A
0
Jhumoir Binondini : বিমানবন্দৰৰ পৰা সৰুসজাইলৈ ব্যাপক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

সৰুসজাইত আৰম্ভ হৈছে অসম চৰকাৰৰ (Govg. Assam) অভিলাষী গীত-নৃত্য (Aspirational song-dance)ৰ অনুষ্ঠান ‘ঝুমইৰ বিনন্দিনী’ (Jhumai’s Binandaini)। এই উপলক্ষে সৰুসজাই ষ্টেডিয়াম (Saroosjai Stadium)ত উপস্থিত (Present) হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)। ইয়াৰ উপৰি উপস্থিত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ (Minister S Jaishankar)ৰ লগতে বহু বিদেশী প্ৰতিনিধি (Many foreign delegates)।

modi 1 | ASSAM TIMES POST
বিমানবন্দৰৰ পৰা সৰুসজাইলৈ ব্যাপক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

আজি সন্ধিয়া গুৱাহাটী বিমানবন্দৰত অৱতাৰণ কৰে প্ৰধানমন্ত্ৰী। বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, বিমানবন্দৰৰ ভিতৰে-বাহিৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীক। বিমানবন্দৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ এই সমগ্র পথছোৱাত অগণন জনতাই প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়। লগতে সমগ্র পথছোৱাত অসমৰ বিভিন্ন কলা-কৃষ্টিৰ অনুষ্ঠানেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা হয়।

আনহাতে, প্ৰধানমন্ত্ৰীক আদৰণি জনাই তেওঁৰ অসম আগমন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “অসমভূমিলৈ স্বাগতম!

বিশ্বৰ যশস্বী নেতা মাননীয় শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াক অসমলৈ আদৰণি জনাবলৈ পাই পৰম ধন্য হৈছোঁ। মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই সুদূৰপ্রসাৰী দৃষ্টিভংগীৰে বিকশিত অসম নির্মাণৰ দিশত যোগাই অহা উৎসাহ-উদ্দীপনা আমাৰ বাবে সদায় এক প্রেৰণাৰ চিৰন্তন উৎস।”

Tags: WelcometoNarendraModiনৰেন্দ্ৰমোদীকগুৱাহাটীআদৰণি
Share4Tweet3Send

Related Posts

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
50
ADVERTISEMENT
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
50
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ
Earthquake

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT