ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Social Media

Wedding Manue : চিগাৰেট, বিড়ি, গুটখা, বিয়াৰ মেনুত বিৰিয়ানীৰ পৰিৱৰ্তে এই তালিকা

News Desk by News Desk
February 11, 2026
Reading Time: 1 min read
A A
0
Wedding Manue : চিগাৰেট, বিড়ি, গুটখা, বিয়াৰ মেনুত বিৰিয়ানীৰ পৰিৱৰ্তে এই তালিকা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Viral Girl Monalisa : মহাকুম্ভত ভাইৰেল হোৱা মনালিছাৰ কথা মনত আছেনে? এইবাৰ মুছলিম যুৱকক বিয়া কৰাই চৰ্চাত

PM Modi : ইনষ্টাগ্ৰামৰ পিছত এইবাৰ ইউটিউব, ডিজিটেল জগতত আন এক অভিলেখ গঢ়িলে মোদীয়ে

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

ধুমধামেৰে চলি আছে বিয়াৰ অনুষ্ঠান। বিয়াঘৰত পোহৰৰ খেলাত অতিথিসকলে নাচ-গান (Dance and music) কৰি আছে। ইয়াৰ লগতে আড়ম্বৰপূৰ্ণ আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। এই দৃশ্য সকলোৰে পৰিচিত। শেহতীয়াকৈ আচৰিত পৰম্পৰা পালন কৰি একাধিক বিবাহ অনুষ্ঠান পালন (Wedding ceremony) কৰা হৈছে। বিয়াৰ সজ্জাও সলনি হৈছে। উদাহৰণস্বৰূপে, বিয়াৰ খাদ্যৰ মেনুত আমূল পৰিৱৰ্তন হৈছে।

বিয়াত মাংস, মাছ, পনীৰৰ দৰে লোভনীয় খাদ্য মেনুত থাকে। কিন্তু বিয়াৰ মেনু (Wedding Menu)ত চিগাৰেট (Cigarette), বিড়ি (Beedi), গুটখা (Gutkha)ও আছে বুলি শুনিছেনে কেতিয়াবা? শেহতীয়াকৈ এই ঘটনাৰ এটা ভিডিঅ’ (Video) ছ’চিয়েল মিডিয়াত ভাইৰেল (Viral on social media) হৈছে। বিয়াঘৰত ষ্টাৰ্টাৰ হিচাপে চিগাৰেট, বিড়ি, গুটখা পৰিবেশন কৰা হয়। এজন যুৱকে ট্ৰে এখনত সজাই আলহীৰ সন্মুখত সেইবোৰ পৰিবেশন কৰি থকা দেখা গৈছে।

mannu | ASSAM TIMES POST
চিগাৰেট, বিড়ি, গুটখা, বিয়াৰ মেনুত বিৰিয়ানীৰ পৰিৱৰ্তে এই তালিকা

ইনষ্টাগ্ৰামত ভাইৰেল হোৱা ভিডিঅ’ এটাত এজন ৱেটাৰে ট্ৰে এখন লৈ ঘূৰি ফুৰা দেখা গৈছে। সেই ট্ৰেত চিগাৰেট, বিড়ি, গুটখা সজাই থোৱা আছে। আলহীয়ে যি ভালপায় তাক তুলি লৈছে। এগৰাকী যুৱতীয়ে এখন বিয়ালৈ গৈ কেমেৰাত বন্দী কৰে সেই দৃশ্য। পিছত ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰে তেওঁ। তেওঁ আকৌ প্ৰশ্ন উত্থাপন কৰে, “এইটো স্বাভাৱিক নেকি নাজানো। কিন্তু এইটো প্ৰথমবাৰৰ বাবে দেখিছোঁ।”

ভিডিঅ’টো চোৱাৰ পাছত একাংশ নেটিজেনে কয় যে এয়া একাংশ অঞ্চলত সম্পূৰ্ণ নতুন পৰিঘটনা। আন বহুতে উত্তৰ ভাৰতৰ বিয়াত ই এক স্বাভাৱিক পৰিঘটনা বুলি কয়। ধেমেলীয়া ভিডিঅ’টো চোৱাৰ পিছত এজনে লিখিছে, “কৰ বৃদ্ধিৰ পিছত দামী খাদ্যৰ দৰে চিগাৰেট পৰিবেশন কৰিব লাগে।”

এজনে লিখিছে, “আমাৰ দৰে দুখীয়া মানুহৰ বাবে বিয়াত এনে ব্যৱস্থা কৰিব লাগে।” আন এজনে লিখিছে, “উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত বিয়াত এনে ধাৰা দেখা যায়।” এজন যুৱকে লিখিছে, “দিল্লীতো বিয়াত চিগাৰেট, সুৰা, হোকা, বিড়ি দিয়া হয়। খাদ্যতকৈ অতিথিসকলে এইবোৰৰ প্ৰতি বেছি আগ্ৰহী।”

Tags: WeddingManueViral
Share4Tweet3Send

Related Posts

Viral Girl Monalisa : মহাকুম্ভত ভাইৰেল হোৱা মনালিছাৰ কথা মনত আছেনে? এইবাৰ মুছলিম যুৱকক বিয়া কৰাই চৰ্চাত
Social Media

Viral Girl Monalisa : মহাকুম্ভত ভাইৰেল হোৱা মনালিছাৰ কথা মনত আছেনে? এইবাৰ মুছলিম যুৱকক বিয়া কৰাই চৰ্চাত

by News Desk
March 12, 2026
50
PM Modi : ইনষ্টাগ্ৰামৰ পিছত এইবাৰ ইউটিউব, ডিজিটেল জগতত আন এক অভিলেখ গঢ়িলে মোদীয়ে
National-International

PM Modi : ইনষ্টাগ্ৰামৰ পিছত এইবাৰ ইউটিউব, ডিজিটেল জগতত আন এক অভিলেখ গঢ়িলে মোদীয়ে

by News Desk
March 3, 2026
50
WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট
crime

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

by News Desk
December 20, 2025
50
Discover Enchanting Hidden Getaways Around Assam: Unveil Unforgettable Experiences
Social Media

Discover Enchanting Hidden Getaways Around Assam: Unveil Unforgettable Experiences

by ASSAM TIMES POST
May 15, 2025
50
ADVERTISEMENT
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
Pawan Khera controversy : উচ্চতম ন্যায়ালয়ত নাকচ পৱন খেৰাৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন
National-International

Pawan Khera । গুৱাহাটী হাইকোৰ্টতো মুখথেকেচা পৱন খেৰাৰ, জামিন আবেদন খাৰিজ

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx