ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Guwahati Extradosed Bridge : দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে, গৌৰৱান্বিত মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2026
Reading Time: 1 min read
A A
0
Guwahati Extradosed Bridge : দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে, গৌৰৱান্বিত মুখ্যমন্ত্ৰী

RELATED POSTS

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

New Logo Smal 1 | ASSAM TIMES POST

শনিবাৰে মুকলি হ’ল ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী (Guwahati-North Guwahati Connector) কুমাৰ ভাস্কৰ বৰ্মা সেতু (Kumar Bhaskar Varma Bridge)। এই দলংখন মুকলি হোৱাৰ পিছত গুৱাহাটী-গৌৰীপুৰৰ মাজত যাতায়াতৰ সময় মাত্ৰ ৭ মিনিট লাগিব। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড (6-lane extradosed) নদী দলং। নিশ্চিতভাৱে এই দলংখনে অসমৰ প্ৰগতি আৰু যাতায়াত উন্নয়নৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব।

ghy | ASSAM TIMES POST
গুৱাহাটীত দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে

ইফালে এই দলংখন মুকলি হোৱাৰ পিছত বহুত আশাবাদী হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, “আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই কামৰূপৰ বিখ্যাত নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে নামাংকিত লুইতৰ ওপৰৰ ‘ভাস্কৰ বৰ্মা সেতু’ দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰা ক্ষণে আমাক ধন্য কৰিলে৷”

মুখ্যমন্ত্ৰীয়ে লগতে লিখিছে, “আপোনালোক ইতিমধ্যে জ্ঞাত যে এই সেতুৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰাৰ সময় ৪০ মিনিটৰ পৰা মাত্ৰ ৭ মিনিটলৈ হ্ৰাস কৰিব৷ প্ৰায় ৩,০০০ কোটি টকাৰ ব্যয়েৰে বহু অত্যাধুনিক সুবিধাৰে সজ্জিত এই সেতুৱে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত অসমৰ অৰ্থনৈতিক বিকাশত এক নতুন গতি সংযোজন কৰিব।” দলংখনৰ সুবিধাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “ৰাজধানী চহৰ আৰু উত্তৰ পাৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ, যেনে এইমছলৈ যাতায়াত কৰা লোকসকলৰ বাবে সহজ আৰু সুসংহত যোগাযোগ সুনিশ্চিত কৰিব। উল্লেখযোগ্য যে এই বৃহৎ প্ৰকল্পটো অসমৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা আটাইতকৈ ডাঙৰ প্ৰকল্প।”

ghyt2 | ASSAM TIMES POST
গুৱাহাটীত ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু কুমাৰ ভাস্কৰ বাৰ্মা শুভাৰম্ভ কৰাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

মুখ্যমন্ত্ৰীয়ে লগতে অসমৰ উন্নয়নৰ কথা উল্লেখ কৰি লিখিছে, “২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত কেৱল ৩খন সেতু আছিল। যোৱা ১২ বছৰত আন ৪ খন সেতু অসমবাসীৰ বাবে উছৰ্গা কৰা হৈছে৷ জনাবলৈ পাই সুখী হৈছোঁ যে আহিবলগীয়া সময়তো আৰু অধিক সেতু নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম৷ এয়া আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ দৃঢ় সংকল্প আৰু উন্নয়নৰ স্পষ্ট প্ৰতিফলন।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GuwahatiExtradosedBridgeKumarBhaskarVarmaBridge
Share4Tweet3Send

Related Posts

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
ADVERTISEMENT
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d