ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নিজম পৰিল মায়াময় তাৰালাংচৰ বাকৰি৷অশ্ৰুসিক্ত নয়নলৈ ঘৰমুৱা হ’ল সহস্ৰাধিক শিল্পী

ASSAM TIMES POST by ASSAM TIMES POST
February 20, 2020
Reading Time: 1 min read
A A
0
উৎসৱৰ লীলাভূমি তাৰালাংছ’ত ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ শুভাৰম্ভঃ ৫ সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণেৰে তাৰালাংছ’ৰ বাকৰিত উখল – মাখল পৰিবেশ

0 1 e1574345654996 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

জনগোষ্ঠীয় নৃত্য -সংগীতেৰে মুখৰিত ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ তাৰালাংচৰ বাকৰি

তাৰালাংছ‘ৰ পৰা কামৰুল খান

সহস্ৰাধিক শিল্পীৰ অশ্ৰুসিক্ত নয়নলৈ শান্তিপূৰ্ণ আৰু সফলভাবে সামৰণি পৰিল ৪৪ সংখ্যক কাৰবি যুৱ মহোৎসৱ ৷ যোৱা১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলিৈ ৫দিনীয়া কাৰ্যসূচীলৈ তাৰালাংচত চলি থকা ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱটিৰ যোৱা নিশা সফল সফল সামৰণি পৰে ৷ প্ৰায় লক্ষাধিক দৰ্শকেৰে আজি পুৱা চাৰি বজালৈ লোকে লোকাৰণ্য হৈ পৰে কাৰবি লোক কৃষ্টি – সংস্কৃতিৰ সাধনাস্থলী মায়াময় তাৰালাচ ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/02/WhatsApp-Video-2020-02-20-at-4.11.22-PM.mp4

জিলাখনৰ কাৰবি কালচাৰেল ছ’চাইটিৰ ২৯ টা জ’নেল সমিতিৰ উপৰিও তেজপুৰ, মেঘালয় আৰু বিভিন্ন জিলাৰ প্ৰতিনিধি শিল্পি সকলে চাৰিটাকৈ বিশাল মুকলি মঞ্চত প্ৰতিদিনেই নৃত্য- গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে ৷ সহস্ৰাধিক যুৱক- যুৱতী শিল্পীয়ে মুকলি আকাশৰ তলত এক মেলামুখী পৰিবেশৰ মাজত পৰাম্পৰাগত জাতীয় নৃত্যৰে ৫ টা দিন ধৰি ৰসাল কৰি তোলা ৪৪ সংখ্যক কাৰবি যুৱ মহোৎসৱ আজি প্ৰাণোচঞ্চল কাৰবি যুৱক – যুৱতীৰ নৃত্য ছন্দেৰেই যৱনিকা পৰে ৷

৮২৭ বিঘা মাটি কালিৰ সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহ সমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰবি, ডিমাচা, গাৰ’ ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয় ৷ যুৱ মহোৎসৱটিৰ আৰম্ভনিৰ দিনৰে পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধ ভাবে সজাই তোলা প্ৰদৰ্শনী , গ্ৰন্থ বিপনী,আত্মসহায়ক গোটৰ মেলাস্থলী,কুটীৰশিল্প,ভোজমেলা যুৱক- যুৱতী সকলৰ নৃত্যগীতে দৰ্শক সকলক পাচোঁটা দিন আত্ম বিভোৰ কৰি ৰাখে ৷

IMG 20200216 WA0045 | ASSAM TIMES POST

অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি কাৰবিআংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফুৰ পৰা তাৰালাংচলৈ মাৰাথান দৌৰ, দিনটো বিভিন মঞ্চত নৃত্য, ক্ৰীড়া, চুটি গল্প লিখন , আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া চিং মিৰজেং আচেতাই (মঞ্চত) ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ ক্ৰমে সভাপতি- সম্পাদক আৰু সদস্য সকলক কেচিএছৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ৷ মিচ্ কেৱাইএফ প্ৰতিযোগিতা, চ শেষত চিং মিৰজেঙ আচেতাইত সামৰণি কাৰ্যসূচীৰ অংশ স্বৰূপে ৰাংচিনা চাৰপ’ কালচাৰে নাইটৰ শুভ উদ্ধোধন কৰে ইএম ৰুপছিং টেৰণে ৷

অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি দিনটোৰ অতিক্ৰম কৰাৰ পিছত সন্ধিয়া অভ্যৰ্থনা সমিতিৰ সদস্য সকলৈ সম্বৰ্ধনা জনোৱাৰ পিছত আৰু ছিং মিৰজেঙ আচেথাইত কেচিএছৰ দ্বাৰা বাৰ্ষিক প্ৰতিবেদন পাঠ কৰা হয় ৷ সন্ধিয়া ৮ বজাত ছিং মিৰজেঙ মঞ্চত সাংস্কৃতিক সন্ধিয়াৰ উদ্ধোধন কৰে পৰিষদৰ কলা আৰু সাংস্কৃতিক বিভাগৰ বিভাগীয় সদস্য ৰূপছিং টেৰণে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ৷

সম্মানীয় অতিথি হিচাপে উপস্থিত থাকে সাংসদ হৰেণছিং বে’, পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ, পৰিষদৰ কেউগৰাকী ইএম, এমএচি আৰু গণ্যমান্য ব্যক্তি সকল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰবি যুৱ মহোৎসৱৰ বাবে অহা বছৰ অধিক বাজেট গ্ৰহণ কৰা হব বুলি কয় ৷ সাংসদ হৰেণছিং বে’ই কয়যে, ২০১১ চনত কেন্দ্ৰ আৰু ইউপিডিএছৰ সৈতে হোৱা চুক্তিমৰ্মে তাৰালাংচৰ বাট-পথ আৰু ডিফুৰ আন্তঃগাথনিৰ বাবে ১০০ কোটি টকা নিৰ্দ্ধাৰণ কৰা হৈছিল আৰু সেই অনুসৰি তুলিৰাম ৰংহাঙৰ নেতৃত্বত কামবোৰ হৈ আছে ৷

ইয়াৰোপৰি মন্ত্ৰী ছুম ৰংহাঙেও কাৰবি যুৱ মহোৎসৱত সকলো জনগোষ্ঠীৰ অংশ গ্ৰহণৰ বাবে শলাগ লয় ৷ আনহাতে কাৰবি যুৱ মহোৎসৱৰ বাবে অসম বিধান সভাৰ বাৰ্ষিক বাজেটত ৩ কোটি টকাৰ বাজেট গ্ৰহণ কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ জৰিয়তে অসম চৰকাৰলৈ কেচিএছে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ নিশা ১২ বজাত কেম্প ফায়াৰৰ পিছত সহস্ৰাধিক শিল্পী, দৰ্শক আৰু উদ্যোক্তা সকলৰ অশ্ৰুসিক্ত চকুলোলৈ নিজম পৰে ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱ ৷আনহাতে আজি কেম্প ফায়াৰৰ পিছত যুৱক- যুৱতী সকলে অশ্ৰুসিক্ত নয়নেৰে ঘৰমুৱা হয় ৷ আনহাতে এইবেলি তাৰালাংচৰ বাকৰিত হেলিকাপ্তাৰ উৰণে ৪৪ সংখ্যক কাৰবি যুৱ মহোৎসৱক এক অন্য মাত্ৰা প্ৰদান কৰিছে ৷

Tags: Featuredkarbi anglong
Share5Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx