ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

নিউজ ডেস্কঃ

News Desk by News Desk
March 6, 2026
Reading Time: 1 min read
A A
0
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

প্ৰকাশ পালে কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চিৰ ২০২৫ বৰ্ষৰ (UPSC-2025) অসামৰিক সেৱাসমূহৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (Final exam results)। এই পৰীক্ষাত অনুজ অগ্নিহোত্ৰী (Anuj Agnihotri, 1st Position)য়ে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে ৰাজেশ্বৰী সুৱে এম আৰু আকাংশ ধূলে৷

আনহাতে, এই পৰীক্ষাত উত্তীৰ্ণ (passed the exam) হৈছে তিনি অসম সন্তান (Three Assamese children)৷ তেওঁলোক হৈছে অভিজ্ঞান খাউণ্ড (সৰ্বভাৰতীয় ৰেংক ১৮৭), অভিজ্ঞানজ্যোতি বৰা (সৰ্বভাৰতীয় ৰেংক ৫৭০) আৰু ভাস্বত শইকীয়া (সৰ্বভাৰতীয় ৰেংক ৭৭৭)।

upsc | ASSAM TIMES POST
ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত অনুজ অগ্নিহোত্ৰীয়ে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে ৰাজেশ্বৰী সুৱে এম আৰু আকাংশ ধূলে (বাওঁফালৰ পৰা)

আয়োগৰ তথ্য অনুসৰি, এইবাৰ মুঠ ৯৫৮ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে আৰু পৰৱৰ্তী সময়ত প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বিভিন্ন কেন্দ্ৰীয় অসামৰিক সেৱাত নিযুক্ত হ’ব৷

উল্লেখযোগ্য যে এই অসামৰিক সেৱাৰ পৰীক্ষা বছৰি তিনিটা পৰ্যায় প্ৰাৰম্ভিক (prilims), মূল (mains) আৰু সাক্ষাৎকাৰ (viva) মাজেৰে অনুষ্ঠিত হয়৷ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ) আৰু ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) আদি বিভাগৰ বাবে বিষয়া নিৰ্বাচনৰ বাবে ইউ পি এছ চিয়ে প্ৰতি বছৰে এই পৰীক্ষা অনুষ্ঠিত কৰে।

এইবাৰ এই পৰীক্ষাত শীৰ্ষ দহটা স্থান লাভ কৰিছে ক্ৰমে অনুজ অগ্নিহোত্ৰী, ৰাজেশ্বৰী সুৱে এম, আকাংশ ধূল, ৰাঘৱ ঝুনঝুনৱালা, ঈশান ভাটনগৰ, জিনিয়া অৰোৰা, এ আৰ ৰাজা মহিদীন, পক্ষল চেক্ৰেট্ৰি, আস্থা জৈন আৰু উজ্জ্বল প্ৰিয়ংকে।

Tags: UPSCFinalresult2025
Share4Tweet3Send

Related Posts

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

by Staff Reporter
July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

by Staff Reporter
July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

by Staff Reporter
July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

by Staff Reporter
July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
ADVERTISEMENT
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx