ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran War । নিজৰ জীৱন বিপন্ন হ’লেও যুঁজি যাব, সৰ্বোচ্চ নেতা হোৱাৰ পিছত খামেইনীৰ পুত্ৰক প্ৰশংসা ইৰাণৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 9, 2026
Reading Time: 1 min read
A A
0
Israel threat Iran : খামেইনিৰ উত্তৰাধিকাৰী যিয়েই হ’ব তেওঁকেই মাৰিম, ইৰাণক ভাবুকি ইজৰাইলৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ পুত্ৰ মোজতাবা খামেইনী। সোমবাৰে তেহৰানে আমেৰিকা আৰু ইজৰাইলৰ সতৰ্কবাণীক কাৰ্যকৰীভাৱে আওকাণ কৰি মোজতাবাৰ নাম ঘোষণা কৰে। খামেইনীৰ পুত্ৰক প্ৰশংসাৰেও উপচাই দিয়া হৈছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে কয় যে মোজতাবা এজন “জাহৱাজ”।
Iran War ।
সৰ্বোচ্চ নেতা হোৱাৰ পিছত খামেইনীৰ পুত্ৰক প্ৰশংসা ইৰাণৰ:

পাৰ্চী ভাষাত ইয়াৰ অৰ্থ এনে এজন ব্যক্তি যিয়ে নিজৰ জীৱন বিপন্ন হʼলেও যুঁজি যাব। অৰ্থাৎ তেহৰানে মোজতাবাক পিতৃৰ উত্তৰাধিকাৰী হিচাপে বাছি লৈ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বুলি বাৰ্তা প্ৰেৰণ কৰিছে।

ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা হোৱাৰ বাবে মোজতাবা দৌৰত আগবাঢ়ি থকাৰ ইংগিত পোৱা গৈছিল। দেওবাৰে (স্থানীয় সময় অনুসৰি) এই খবৰ আনুষ্ঠানিকভাৱে হোৱাইট হাউছত উপস্থিত হয়। এক সাক্ষাৎকাৰত এই সন্দৰ্ভত সোধাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোনো সবিশেষ মন্তব্য দিব বিচৰা নাছিল। তেওঁ মাত্ৰ কৈছিল, “আমি চাম (ইৰাণত) কি হয়।”

২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত নিহত হৈছিল খামেইনী। তেতিয়াৰে পৰাই তেওঁৰ পদ কোনে উত্তৰাধিকাৰী হিচাপে ল’ব আৰু ইৰাণৰ উচ্চতম নেতাৰ চকীত কোনে বহিব সেই সম্পৰ্কে জল্পনা-কল্পনা চলি আহিছে। পুত্ৰ মোজতাবাৰ নামটো কেইবাবাৰো আহে। অৱশ্যে সোমবাৰৰ পূৰ্বে তেহৰানে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাছিল। এই পৰিস্থিতিত আমেৰিকা আৰু ইজৰাইলৰ পৰা ধাৰাবাহিকভাৱে ভাবুকি আহিছে।

দেওবাৰে ইজৰাইল সেনাই এক বিবৃতিত কয় যে যিয়েই খামেইনীৰ চকীত বহিব তেওঁ পৰৱৰ্তী লক্ষ্য হ’ব। ইজৰাইলে সকীয়াই দিছিল যে সেই চকীখনত কাৰোবাক বহাবলৈ চেষ্টা কৰাসকলকো হত্যা কৰা হ’ব। উল্লেখ্য যে ইৰাণে ঠিক পিছদিনা সৰ্বোচ্চ নেতাৰ নাম ঘোষণা কৰে।

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও খামেইনীৰ উত্তৰাধিকাৰীৰ স্থিতিৰ ওপৰত মন্তব্য আগবঢ়াইছে। ইৰাণৰ সৰ্বোচ্চ নেতা নিৰ্বাচনত আমেৰিকাৰ মতামতৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰয়োজনীয় বুলিও তেওঁ কয়।

যদিহে আমেৰিকাৰ সন্মতি সাপেক্ষে সেই পদত কাৰোবাক নিযুক্তি দিয়া হয়, তেন্তে হোৱাইট হাউছে ইৰাণৰ উন্নয়নৰ বাবে কাম কৰিব। অৱশ্যে তেহৰানে ট্ৰাম্পৰ এই দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কৈছিল যে ট্ৰাম্পৰ ইৰাণৰ নিঃচৰ্ত আত্মসমৰ্পণৰ সপোন সপোন হৈয়ে থাকিব।

Tags: নিজৰ জীৱন বিপন্ন হ'লেও যুঁজি যাবপ্ৰশংসা ইৰাণৰসৰ্বোচ্চ নেতা হোৱাৰ পিছত খামেইনীৰ পুত্ৰক
Share4Tweet3Send

Related Posts

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

by Staff Reporter
July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

by Staff Reporter
July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

by News Desk
July 6, 2026
50
ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx