ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Elections 2026 : অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা

নিউজ ডেস্কঃ

News Desk by News Desk
March 19, 2026
Reading Time: 1 min read
A A
0
Assam Elections 2026 : অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

বিজেপি (BJP)ৰ পিছত এন ডি এ (NDA)ৰ মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা। বৃহস্পতিবাৰে গুৱাহাটীৰ আমবাৰীস্থিত দলৰ কেন্দ্ৰীয় কার্যালয়ত দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ আন আন নেতাসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত এন ডি এৰ মিত্ৰদল অগপক ২৬ টা সমষ্টি প্ৰদান কৰা হৈছে। আজি এই আটাইকেইটা সমষ্টিৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয়। এই তালিকাত বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ত্যাগ কৰি দলটোত যোগদান কৰা বহুকেইগৰাকী নেতাক টিকট প্ৰদান কৰা হৈছে।

অগপৰ ঘোষিত প্ৰাৰ্থী তালিকা :

১. বোকাখাত সমষ্টি : অতুল বৰা
২. কলিয়াবৰ সমষ্টি : কেশৱ মহন্ত
৩. বঙাইগাঁও সমষ্টি : দিপ্তীময়ী চৌধুৰী
৪. বৰপেটা সমষ্টি : দীপক কুমাৰ দাস
৫. ডিমৰীয়া সমষ্টি : ডঃ তপন দাস
৬. তেজপুৰ সমষ্টি : পৃথ্বীৰাজ ৰাভা
৭. বজালী সমষ্টি : ধৰ্মেশ্বৰ ৰায়

AGP | ASSAM TIMES POST
অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা

৮. হাজো-শুৱালকুছি সমষ্টি : প্ৰকাশ চন্দ্ৰ দাস
৯. শিৱসাগৰ সমষ্টি : প্ৰদীপ হাজৰিকা
১০. নাওবৈচা সমষ্টি : বসন্ত দাস
১১. বিলাসীপাৰা সমষ্টি : জিৱেশ ৰয়
১২. সোণাই সমষ্টি : কৰিমুদ্দিন বৰভূঞা
১৩. দক্ষিণ কৰিমগঞ্জ সমষ্টি : ইকবাল হুছেইন
১৪. মানকাচৰ সমষ্টি : জাবেদ ইছলাম
১৫. গোৱালপাৰা পূব সমষ্টি : আব্দুল ৰহিম
১৬. টীয়ক সমষ্টি : বিকাশ শইকীয়া
১৭. আগলাপুৰ-কাটলিছেৰা সমষ্টি : জাকিৰ হুছেইন লস্কৰ
১৮. বিন্নাকান্দি সমষ্টি : ৱাহাবউদ্দিন মজুমদাৰ
১৯. লাহৰীঘাট সমষ্টি :খলিলুৰ ৰহমান
২০. ৰূপহীহাট সমষ্টি : জাকিৰ হুছেইন ফাৰাজী
২১. সৃজনগ্ৰাম সমষ্টি : চহিদুল ইছলাম
২২. চেঙা সমষ্টি : ছাদ্দাম হুছেইন
২৩. চমৰীয়া সমষ্টি : নুৰুল ইছলাম
২৪. পাকাবেতবাৰী সমষ্টি : ডঃ তাৰা প্ৰসাদ দাস
২৫. জলেশ্বৰ সমষ্টি : আবু শ্বাহ শ্বাহী হোছেইন
২৬. গৌৰীপুৰ সমষ্টি : মেহতাবুল হক

Tags: AGPAssamelections
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা
National-International

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
50
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত
National-International

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
50
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা
National-International

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026
50
Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ
National-International

Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx