ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lok Sabha I লোকসভাৰ আস ৮৫০ খনলৈ বৃদ্ধিৰ পৰিকল্পনা মোদী চৰকাৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 15, 2026
Reading Time: 1 min read
A A
0
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

চলিত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে লোকসভা পুনৰ্গঠন আৰু মহিলা সংৰক্ষণ সংশোধনী বিধেয়ক (Lok Sabha)  সংসদত উত্থাপন কৰাত সক্ৰিয় হৈ পৰিছে।

Lok Sabha I
লোকসভাৰ আস ৮৫০ খনলৈ বৃদ্ধিৰ পৰিকল্পনা মোদী চৰকাৰৰ:

২০২৯ চনৰ লোকসভা নিৰ্বাচনতেই মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰাৰ লক্ষ্যৰে অনা এই বিধেয়কখনৰ আনুষ্ঠানিক নাম হৈছে ‘নাৰী শক্তি বন্দন অধিনিয়ম’। এই বিধেয়কৰ সমান্তৰালকৈ আগন্তুক অধিৱেশনত ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰা হ’ব।

সংসদৰ দুয়োটা সদনত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰিব পাৰিব। খচৰা বিধেয়কত এনে এটা প্ৰস্তাৱো আছে। মঙলবাৰে এই খচৰা লাভ কৰে সাংসদসকলে। কেন্দ্ৰৰ এক সূত্ৰই জনোৱা মতে, মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ স্বাৰ্থত সকলো ৰাজ্যৰ লোকসভাৰ আসন কমেও ৫০ শতাংশ বৃদ্ধি কৰা হ’ব।

মহিলা সংৰক্ষণ সংশোধনী বিধেয়ক গৃহীত কৰাৰ স্বাৰ্থত সংসদৰ বাজেট অধিৱেশনৰ সময়সীমা বৃদ্ধি কৰি ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ তিনিদিনীয়া বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। উক্ত অধিৱেশনত মোদী চৰকাৰে বিধেয়কখন গৃহীত কৰিব। সংবিধানৰ ৮২ নং অনুচ্ছেদ সংশোধন কৰি সংৰক্ষণ কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ আছে বিধেয়কখনত।

৮২ নং অনুচ্ছেদ অনুসৰি, লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পিছত সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰি। কিন্তু লোকপিয়লৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে মোদী চৰকাৰে লোকসভাৰ আসন বৃদ্ধি কৰি মহিলা সংৰক্ষণৰ আইন প্ৰৱৰ্তন কৰিব বিচাৰিছে। ২০২৩ চনত লোকসভা আৰু ৰাজ্যসভাত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ বিধেয়ক গৃহীত হয়।

৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা বিধেয়কখনত লোকপিয়লৰ পিছত আসনসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছত সেই আসনৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। কিন্তু এতিয়া কংগ্ৰেছ, তৃণমূলৰ লগতে বিভিন্ন বিৰোধী দলে লোকপিয়লৰ বাবে অপেক্ষা নকৰাকৈ দুটা পৃথক বিষয় একত্ৰিত কৰাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

১৫ এপ্ৰিলত দিল্লীত এই বিষয়ত বিৰোধী দলসমূহে আলোচনাত মিলিত হ’ব। সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ সংসদৰ দুয়োটা সদনৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। কিন্তু মোদী চৰকাৰৰ হাতত সেই সংখ্যা নাই। এনে পৰিস্থিতিত বিৰোধীৰ এটা অংশই বিধেয়কখনক বাধা দিব বিচাৰিছে।

তেওঁলোকৰ যুক্তি হ’ল, ২০২৩ চনৰ আইনখন পালন কৰা হ’লে ২০৩৪ চনৰ লোকসভা নিৰ্বাচনত মহিলা সংৰক্ষণ কাৰ্যকৰী হ’লহেঁতেন। কিন্তু নতুন সংশোধনী বিধেয়ক অনুসৰি ২০২৭ চনৰ লোকপিয়ললৈ অপেক্ষা নকৰাকৈ লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি আৰু পুনৰ গঠন কৰা হ’ব। ২০২৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিক সুবিধা লাভৰ বাবে মোদী চৰকাৰৰ এই কৌশল।

Tags: পৰিকল্পনা মোদী চৰকাৰৰলোকসভাৰ আস ৮৫০ খনলৈ বৃদ্ধিৰ
Share4Tweet3Send

Related Posts

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by Staff Reporter
July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

by Staff Reporter
July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

by Staff Reporter
July 3, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
ADVERTISEMENT
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026
50
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx