ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Donald Trump I বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ, ৪০ মিনিটৰ বাৰ্তালাপ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 15, 2026
Reading Time: 1 min read
A A
0
২৫ বছৰত প্রথমবাৰৰ বাবে ৪০০ ধনকুবেৰৰ তালিকাৰ পৰা বাদ ডোনাল্ড ট্রাম্প

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

ইৰাণৰ সৈতে আমেৰিকাৰ যুদ্ধবিৰতিৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰে। প্ৰায় ৪০ মিনিট সময় ফোনত কথা পাতে দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে।

Donald Trump I
বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ, ৪০ মিনিটৰ বাৰ্তালাপ:

ইয়াৰ পিছতে মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত এই বিষয়ে অৱগত কৰে। হৰমুজ প্ৰণালী মুকলি কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ‘বন্ধু’ ট্ৰাম্পৰ সৈতে আলোচনা কৰা বিষয়সমূহৰ বিষয়েও অৱগত কৰে।

মোদীয়ে নিজৰ এক্স একাউণ্টত লিখিছে, “মোৰ বন্ধু ড’নাল্ড ট্ৰাম্পৰ পৰা ফোন আহিছিল। আমি বিভিন্ন ক্ষেত্ৰত আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰোঁ।” ইয়াৰ পিছত মোদীয়ে কয়, “আমি বিশ্বৰ সকলো ক্ষেত্ৰতে কৌশলগত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ।”

প্ৰধানমন্ত্ৰীয়ে লিখিছে যে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভতো ট্ৰাম্পৰ সৈতে আলোচনা কৰা হৈছে। মোদীৰ মতে, “পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়েও আলোচনা হয়। হৰমুজ প্ৰণালী মুকলি কৰি ৰখা আৰু ইয়াৰ নিৰাপত্তা নিশ্চিত কৰাৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰা হয়।”

আনহাতে, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে এনডিটিভিক জনাইছে, “দুয়োৱে কিছু সময়ৰ পূৰ্বে কথা পাতে। ৰাষ্ট্ৰপতিয়ে আমাক জনাইছে পশ্চিম এছিয়াত কি হৈ আছে। ভাৰত আৰু আমেৰিকাৰ মাজত কিছু বিষয়ৰ ওপৰতো আলোচনা কৰোঁ।” বাৰ্তালাপৰ সময়ত মোদীয়ে ট্ৰাম্পক কয় যে ভাৰতৰ জনসাধাৰণে তেওঁক ভালপায়। ইয়াৰ পূৰ্বে ২৪ মাৰ্চত দুয়োগৰাকী নেতাই কথা পাতিছিল।

Tags: বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ৪০ মিনিটৰ বাৰ্তালাপ
Share4Tweet3Send

Related Posts

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by Staff Reporter
July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

by Staff Reporter
July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

by Staff Reporter
July 3, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
ADVERTISEMENT
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026
50
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT