ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

Staff Reporter by Staff Reporter
April 27, 2026
Reading Time: 1 min read
A A
0
Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত কৰা আক্ৰমণক (Donald Trump Attack Case) গৰিহণা দিয়ে। ট্ৰাম্প, তেওঁৰ পত্নী মেলানিয়া আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স কোনো ক্ষতি নোহোৱাকৈ ৰক্ষা পৰাৰ বাবেও তেওঁ স্বস্তি প্ৰকাশ কৰে।

Donald Trump attack case I
ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ:

দেওবাৰে ছ’চিয়েল মিডিয়াত মোদীয়ে লিখিছে, “ৱাশ্বিংটন ডি চিৰ এখন হোটেলত সংঘটিত নিৰাপত্তাজনিত কাণ্ডৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্প, ফাৰ্ষ্ট লেডী আৰু উপ-ৰাষ্ট্ৰপতি নিৰাপদ আৰু সুস্থ বুলি জানি মই স্বস্তি লাভ কৰিছোঁ। তেওঁলোকৰ সুৰক্ষা আৰু মংগলৰ বাবে মোৰ আন্তৰিক কামনা। গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই আৰু ইয়াক নিঃসন্দেহে গৰিহণা দিয়া উচিত।”

উল্লেখ্য যে শনিবাৰে নিশা (ৱাশ্বিংটনৰ সময় অনুসৰি) হোৱাইট হাউছৰ ওচৰৰ ৱাশ্বিংটন হিল্টন হোটেলত নিশাৰ আহাৰ গ্ৰহণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ট্ৰাম্পে।

হোৱাইট হাউছৰ বাতৰি পৰিবেশন কৰা সাংবাদিকসকলৰ বাবে পৰম্পৰা অনুসৰি তেওঁৰ কাৰ্যালয়ে আয়োজন কৰিছিল এক বাৰ্ষিক নৈশভোজৰ কাৰ্য্যসূচী। ট্ৰাম্পৰ সৈতে আছিল তেওঁৰ পত্নী ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প। তদুপৰি নিশাৰ আহাৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সকে ধৰি কেইবাজনো আমেৰিকান জ্যেষ্ঠ বিষয়া আৰু নেতা উপস্থিত থাকে।

তাতেই হঠাতে গুলীচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাৰ পিছতে ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়াত অভিযুক্তৰ ফটো পোষ্ট কৰে। তাতে এজন যুৱকৰ হাত-ভৰি বান্ধি পেলাই থোৱা আছে। একে সময়তে ট্ৰাম্পে কয় যে তেওঁ, মেলানিয়া আৰু অন্যান্য প্ৰশাসনৰ বিষয়াসকল সুৰক্ষিত।

Tags: গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাইট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT