
৯৬নং শিৱসাগৰ বিধানসভা সমষ্টি (Sivasagar Legislative Assembly Constituency)ৰ নিৰ্বাচিত হৈছে অখিল গগৈ। ইয়াৰ লগে লগে দ্বিতীয়বাৰৰ বাবে বিধানসভালৈ আহিব ৰাইজৰ দলৰ সভাপতিগৰাকী। অখিল গগৈ (Akhil Gogoi)য়ে ৮৬,৫২১টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দী কুশল দুৱৰীয়ে লাভ কৰে ৬৯,২৪৯ টা ভোট। আনহাতে, অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই লাভ কৰে ১৪,৭৫৭ টা ভোট।
নিৰ্বাচনত জয়লাভ কৰা আনকেইগৰাকীমান বিশেষ প্ৰাৰ্থী হৈছে-
বিহপুৰীয়া : ভূপেন বৰা (৭৩,০৫০)
চামগুৰি : তাঞ্জিল হুছেইন (১,৪৫,২১২)

ডিব্ৰুগড় : প্ৰশান্ত ফুকন (১,০৬,৮০৩)
অভয়াপুৰী : ভূপেন ৰয় (১,১১,১৫৪)
নাজিৰা : দেৱব্ৰত শইকীয়া (৫১,৪৯৭)
বিন্নাকান্দি : বদৰুদ্দিন আজমল (১,১৯,৭২১)
মৰিগাঁও : ৰমাকান্ত দেউৰী (৬৫,৪৮৯)
মৰিয়নী : ৰূপজ্যোতি কুৰ্মী (৭৯,৬৩২)











