ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

Staff Reporter by Staff Reporter
May 7, 2026
Reading Time: 1 min read
A A
0
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

পশ্চিমবঙ্গত নিৰ্বাচনী হিংসাৰ (West Bengal Election Violence) চূড়ান্ত ৰূপ। বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা। বুধবাৰে নিশা সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

Bengal election violence ।
বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা:

বুধবাৰে নিশা দুষ্কৃতিকাৰীয়ে বাইকেৰে মধ্যমগ্ৰামৰ দোহৰীয়ালৈ আহি চন্দ্ৰনাথৰ গাড়ীত গুলীচালনা কৰে। গাড়ীত চন্দ্ৰনাথৰ লগত আছিল আন এজন যুৱক। তেওঁৰ নাম বুদ্ধদেৱ বেৰা।

দুয়োকে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে চন্দ্ৰনাথক মৃত বুলি ঘোষণা কৰে। আনহাতে, সংকটজনক অৱস্থাত বুদ্ধদেৱক কলকাতাৰ ই এম বাইপাছৰ সংলগ্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজনৈতিক প্ৰতিশোধৰ বাবেই শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা কৰা হ’ল বুলি চন্দ্ৰনাথৰ ওচৰ-চুবুৰীয়াই ধাৰণা কৰিছে।

উল্লেখযোগ্য যে চন্দ্ৰনাথৰ ঘৰ পূব মেদিনীপুৰৰ চণ্ডীপুৰত। বুধবাৰে নিশাৰ পৰা তেওঁৰ ঘৰৰ সন্মুখত আৰক্ষী মোতায়েন কৰা হৈছে। চুবুৰীয়াই শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিবলৈ আহি আছে।

কান্তি বিজেপিৰ সাংসদ দিব্যেন্দু অধিকাৰীও চন্দ্ৰনাথৰ ঘৰত উপস্থিত হয়। ওচৰ-চুবুৰীয়াৰ এজনে কয়, “হঠাৎ আমি টিভিত দেখিলোঁ যে চন্দ্ৰক গুলীয়াই হত্যা কৰা হৈছে। আমি থতমত খালোঁ। ৰাজনৈতিক প্ৰতিশোধৰ বাবেই তেওঁক হত্যা কৰা হ’ল।”

চন্দ্ৰনাথৰ ওচৰ-চুবুৰীয়াৰ এটা অংশই কয় যে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিব লাগে। অন্যথা চুবুৰীয়াই বৃহত্তৰ আন্দোলন আৰম্ভ কৰিব বুলিও কয়।
বুধবাৰে নিশা দুষ্কৃতিকাৰীয়ে বাইকেৰে মধ্যমগ্ৰামৰ দোহৰীয়ালৈ আহি চন্দ্ৰনাথৰ গাড়ীত গুলীচালনা কৰে। সেই সময়ত গাড়ীত চন্দ্ৰনাথৰ লগত আছিল বুদ্ধদেৱ বেৰা নামৰ যুৱকজন।

উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত নিশা প্ৰায় ১ বজাত ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যিক আৰক্ষীৰ সঞ্চালক প্ৰধান সিদ্ধনাথ গুপ্তা। তদন্ত আৰম্ভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। শুভেন্দু আৰু চন্দ্ৰনাথৰ পত্নীৰ সৈতেও তেওঁ কথা পাতে।

চন্দ্ৰনাথৰ পত্নীয়ে ডিজিক কয়, “মই মোৰ স্বামীক ঘূৰাই নাপাম। কিন্তু মই জানিব বিচাৰো কোনে এই কাম কৰিলে। মই তেওঁলোকৰ এনকাউণ্টাৰ বিচাৰো।”
আনহাতে, শুভেন্দুৱে কয় যে এই হত্যাকাণ্ডৰ লগত ৰাজনৈতিক সম্পৰ্ক থাকিব পাৰে। অৱশ্যে এই সন্দৰ্ভত তেওঁ এতিয়াই কোনো মন্তব্য দিব নিবিচাৰে। আৰক্ষীয়ে জনোৱা মতে, চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে।

শুভেন্দুৱে দাবী কৰে যে সঠিক তদন্তৰ স্বাৰ্থত এই ফুটেজ সন্দৰ্ভত আৰক্ষীৰ পৰা কোনো তথ্য বিচৰা হোৱা নাছিল। তেওঁ আৰু কয় যে তদন্তৰ বাবে আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰা হৈছে। শীঘ্ৰে দোষীক ধৰা হ’ব বুলি তেওঁক আশ্বাস দিয়া হৈছে।

শুভেন্দুৱে এই পৰিস্থিতিত আইন নিজৰ হাতত তুলি নল’বলৈ দলৰ কৰ্মী আৰু সমৰ্থকসকলক আহ্বান জনায়। শান্তি বজাই ৰখাৰ কথাও তেওঁ কয়। বুধবাৰে চিকিৎসালয়ৰ চৌহদৰ পৰা শুভেন্দুৱে দাবী কৰে, “ৰাজ্যত ১৫ বছৰ ধৰি প্ৰতিশোধৰ ৰাজনীতি চলি আছে। বুধবাৰে খড্ডাত বিজেপি কৰ্মীক বোমা, বৰাহনগৰত ছুৰী আৰু বছিৰহাটত গুলীৰে আক্ৰমণ কৰা হয়।”

Tags: বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
Share4Tweet3Send

Related Posts

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

by News Desk
May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

by News Desk
May 9, 2026
50
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

by News Desk
May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx