ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

Staff Reporter by Staff Reporter
May 7, 2026
Reading Time: 1 min read
A A
0
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

New Logo Smal 2 | ASSAM TIMES POST

অভিনেতাৰ পৰা ৰাজনীতিক হোৱা বিজয়ৰ দল তামিলাগা ভেট্টি কাঝাগামে (টিভিকে) তামিলনাডুত চৰকাৰ (Tamilnadu Election) গঠন কৰিব বিচাৰিছে। বুধবাৰে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰি থালাপতি বিজয়ে এই অনুৰোধ কৰে।

Tamil Nadu Election ।

RELATED POSTS

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল:অৱশ্যে তেওঁ আচলতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’বনে নাই তাত সন্দেহৰ সৃষ্টি হৈছে। কাৰণ তেওঁৰ হাতত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ‘মেজিক নম্বৰ’ নাই।

যদিও কংগ্ৰেছে ৰাজহুৱাভাৱে বিজয়ৰ দলটোক সমৰ্থন কৰিছে, কিন্তু তাৰ পিছতো চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাতকৈ কেইখনমান আসন কম। সূত্ৰ অনুসৰি, টিভিকেৰ সংখ্যাগৰিষ্ঠতা আছে নে নাই সেই সন্দৰ্ভত ৰাজ্যপাল ৰাজেন্দ্ৰই সন্দেহ প্ৰকাশ কৰিছে।

বুধবাৰে তামিলনাডুৰ কংগ্ৰেছ নেতাসকলে চেন্নাইস্থিত টিভিকেৰ মুখ্য কাৰ্যালয়লৈ গৈ বিজয়ক সাক্ষাৎ কৰে। চৰকাৰ গঠনৰ বাবে টিভিকেক সম্পূৰ্ণ সমৰ্থনৰ বাৰ্তা প্ৰদান কৰে।

অৱশ্যে কংগ্ৰেছৰ সমৰ্থন পালেও বিজয়ৰ দলটোক তামিলভূমিত চৰকাৰ গঠন কৰিবলৈ আৰু পাঁচজন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। যদি ৰাজ্যপালে চৰকাৰ গঠনৰ আহ্বান জনায় তেন্তে কেইদিনমানৰ ভিতৰতে টিভিকেয়ে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব।

তামিলনাডুত একক দল হিচাপে সৰ্বাধিক ভোট লাভ কৰিছে বিজয়ৰ টিভিকেয়ে। ১০৮ খন আসন লাভ কৰিছে দলটোৱে। অৱশ্যে চৰকাৰ গঠন কৰিবলৈ ই যথেষ্ট নহয়।

ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ ১১৮ খন আসনৰ প্ৰয়োজন। এনে পৰিস্থিতিত কংগ্ৰেছৰ বিধায়কসকলৰ সমৰ্থনো ইয়াৰ বাবে যথেষ্ট নহয়। কংগ্ৰেছে সমৰ্থন জনোৱাৰ পিছত বিজয়ৰ পক্ষত আছে ১১৩ জন বিধায়ক। কিন্তু চৰকাৰ গঠনৰ বাবে আৰু পাঁচজন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন।

এনে পৰিস্থিতিত বিজয়ে মিত্ৰতাৰ অংশীদাৰৰ সন্ধানত চিপিআই, চিপিএম, ভিচিকেৰ দৰে দলৰ সৈতে যোগাযোগ কৰিছে। যদি টিভিকেয়ে এই দলসমূহৰ সমৰ্থন পায় তেন্তে চৰকাৰ গঠনৰ বাবে মুঠ ১১৯ জন বিধায়কৰ সমৰ্থন লাভ কৰিব। ইফালে কংগ্ৰেছে বিজয়ৰ সৈতে হাত মিলোৱাত ইতিমধ্যে অসন্তুষ্টি প্ৰকাশ কৰিছে ডিএমকে শিবিৰে।

ডিএমকেৰ মুখপাত্ৰ সৰৱনন আন্নাদুৰাইয়ে কংগ্ৰেছক ‘বিশ্বাসঘাতক’ বুলি আক্ৰমণ কৰিছে। কিন্তু কংগ্ৰেছে বিজয়ৰ দলৰ সৈতে এই মিত্ৰতা কেৱল আঞ্চলিক পৰ্যায়তহে বুলি কৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ডিএমকে আৰু কংগ্ৰেছ ‘ইণ্ডিয়া’ মিত্ৰতাৰ অংশ।

Tags: তামিলনাডুত অচলাৱস্থা অব্যাহতবিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাতসন্তুষ্ট নহয় ৰাজ্যপাল
Share4Tweet3Send

Related Posts

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

by Staff Reporter
July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
ADVERTISEMENT
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx