ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

News Desk by News Desk
May 7, 2026
Reading Time: 1 min read
A A
0
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

অসম আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীকে ধৰি চাৰিখন ৰাজ্যৰ পৰা আদৰ্শ আচৰণ বিধি (Code of Conduct) প্ৰত্যাহাৰ কৰিছে নিৰ্বাচন আয়োগে (Election Commission is withdrawing)। ১৫ মাৰ্চত অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল। সেইদিনাৰ পৰাই আদৰ্শ আচৰণ বিধি বলৱৎ হয়। যোৱা ৪ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত নিৰ্বাচন আয়োগে এই চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা এমচিচি প্ৰত্যাহাৰ কৰিছে। চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলটোক এই বিষয়ে অধিসূচনা জাৰি কৰি অৱগত কৰা হৈছে।

অৱশ্যে পশ্চিমবংগ বিধানসভা সমষ্টিতহে এমচিচি কাৰ্যকৰী হ’ব বুলি আয়োগে জনাইছে। কাৰণ সমষ্টিটোত সকলো ভোট বাতিল কৰা হৈছে। ২১ মে’ত তাত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ২৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব। সেয়েহে উক্ত সমষ্টিটোৰ বাবে আদৰ্শ আচৰণ বিধি সম্প্ৰতি কাৰ্যকৰী হৈ থাকিব বুলি আয়োগে অধিসূচনাত প্ৰকাশ কৰিছে। ২৯ এপ্ৰিলত এই সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। কিন্তু ইভিএম টেম্পাৰিঙৰ অভিযোগ উত্থাপন হৈছিল। একে সময়তে পুনৰ নিৰ্বাচনৰ বাবে আয়োগত আবেদন দাখিল কৰা হয়।

code1 | ASSAM TIMES POST
অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

পুনৰ নিৰ্বাচন কোনটো ভোটকেন্দ্ৰত হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে আয়োগে তদন্ত চলায়। দক্ষিণ ২৪ পৰগনা জিলাৰ পৰা সৰ্বাধিকসংখ্যক পুনৰ নিৰ্বাচনৰ আবেদন দাখিল কৰা হৈছে। উক্ত তালিকাত ফাল্টাও আছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নিৰ্দেশত আয়োগে নিযুক্তি দিয়া বিশেষ পৰ্যবেক্ষক সুব্ৰত গুপ্তাই ফাল্টা, মগৰাহাট, ডাইমণ্ড হাৰ্বাৰ আৰু দক্ষিণ ২৪ পৰগনাৰ বিভিন্ন অঞ্চললৈ গৈ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰে। পৰিস্থিতি পৰীক্ষা কৰি সুব্ৰত গুপ্তাই পুনৰ নিৰ্বাচনৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰে। সূত্ৰ অনুসৰি, উক্ত প্ৰতিবেদনত ফাল্টাৰ নাম বিশেষভাৱে উল্লেখ কৰা হৈছে। উল্লেখ্য যে ২ মে’ত মগৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ ১১টা আৰু ডাইমণ্ড হাৰ্বাৰৰ ৪টা ভোটকেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয় যদিও ফাল্টা বিধানসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

এই চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ উপৰি গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ কেইটামান সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই সমষ্টিসমূহতো আদৰ্শ আচৰণ বিধি বলৱৎ আছিল। আয়োগে জনায় যে এইবাৰ তাৰ পৰাও এই বিধি উঠাই লোৱা হৈছে।

Tags: CodeofConduct
Share4Tweet3Send

Related Posts

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

by Staff Reporter
July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
ADVERTISEMENT
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx