ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

News Desk by News Desk
May 8, 2026
Reading Time: 1 min read
A A
0
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

অহা ১২ মে’ত অসমত বিজেপি (Assam BJP) নেতৃত্বাধীন এনডিএ (NDA) চৰকাৰে তৃতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ (Swearing-in of the third term) কৰিব। এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে গুৱাহাটীৰ (Guwahati) খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ (Veterinary College Playground)ত বিশাল আয়োজন চলিছে। শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত এক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত বিধায়ক পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আদি উপস্থিত থাকে।

bjp | ASSAM TIMES POST
১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

বৈঠকৰ অন্তত সভাপতি দিলীপ শইকীয়াই জনোৱা মতে, শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, এনডিএ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰীসকল, ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল, ভাৰতীয় জনতা পাৰ্টী তথা এনডিএৰ বুথ সভাপতিকে ধৰি দলৰ আত্মীয় কাৰ্যকৰ্তাসকলৰ লগতে শুভাকাংক্ষীসহ প্ৰায় ১ লাখ লোক উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে ১০ মে’ত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপি বিধায়নী দলৰ বৈঠক আৰু এনডিএ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব। উল্লেখ্য যে বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়ব সিং ছৈনীক সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

Tags: Assamnewgovt
Share4Tweet3Send

Related Posts

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

by News Desk
April 30, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ
Guwahati

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

by Staff Reporter
April 20, 2026
50
Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’
Guwahati

Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

by News Desk
March 10, 2026
50
Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’
Guwahati

Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’

by News Desk
March 10, 2026
50
ADVERTISEMENT
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx