ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

News Desk by News Desk
May 8, 2026
Reading Time: 1 min read
A A
0
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

ওড়িশাত এজন ৰে’ল আৰক্ষী কনিষ্টবলৰ (Railway police constable in Odisha) বিৰুদ্ধে ধৰ্ষণৰ অভিযোগত (Rape accusation) বৃহস্পতিবাৰে ক্ষুব্ধ জনতাই তেওঁক প্ৰহাৰ কৰে। ফলত থিতাতে তেওঁৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কনিষ্টবলজনৰ বিৰুদ্ধে এগৰাকী মহিলাক হাৰাশাস্তি আৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। বৃহস্পতিবাৰে অভিযুক্ত ধৰা পৰাৰ লগে লগে জনসাধাৰণৰ ক্ষোভৰ সৃষ্টি হয়। প্ৰথমে কনিষ্টবলজনৰ হাত-ভৰি বাঁহৰ খুঁটা এটাত বান্ধি ওলোমাই লৈ অঞ্চলটোত ঘূৰোৱা হয়। তাৰ পিছত প্ৰহাৰ কৰে। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে গৈ অভিযুক্তক উদ্ধাৰৰ চেষ্টা চলায়। কিন্তু গাঁওবাসীয়ে তেওঁলোকক বাধা দিয়াৰ অভিযোগ। অৱশেষত আৰক্ষীয়ে মৌন দৰ্শক হৈ থাকিবলগা হয়। আৰক্ষীৰ সন্মুখতে অভিযুক্তক মাৰপিট কৰাত তেওঁৰ থিতাতে মৃত্যু হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত কনিষ্টবলজন জিমৰ প্ৰশিক্ষক আছিল। প্ৰহাৰৰ সৈতে জড়িত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

odisa | ASSAM TIMES POST
ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

তদন্তকাৰীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত কনিষ্টবলজনে বন্ধুৰ সৈতে বাইক চলাই গৈ আছিল। অভিযোগ অনুসৰি, সেই সময়ত দুগৰাকী যুৱতীয়ে স্কুটি চলাই গৈ আছিল। তেওঁলোকৰ প্ৰতি অশ্লীল মন্তব্য কৰাৰ অভিযোগ। যুৱতীকেইগৰাকী ভুৱনেশ্বৰলৈ গৈ আছিল। অভিযোগ অনুসৰি, কনিষ্টবলজনে স্কুটিত থকা যুৱতীকেইগৰাকীক খুন্দা মৰাৰ ফলত তেওঁলোক ৰাস্তাত বাগৰি পৰে। ইয়াৰ পিছতে কনিষ্টবলজনে এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলায়। যুৱতীগৰাকীয়ে পথচাৰীক ঘটনাৰ কথা কোৱাত কনিষ্টবলজনেও তেওঁলোকৰ লগত অশ্লীল আচৰণ কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজৰ খং উঠে আৰু ইয়াৰ পিছতে আৰম্ভ হয় মাৰপিটৰ ঘটনা।

Tags: Odisharapecase
Share4Tweet3Send

Related Posts

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু
National-International

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

by News Desk
June 24, 2026
50
Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন
National-International

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

by News Desk
June 24, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

by Staff Reporter
June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

by Staff Reporter
June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

by Staff Reporter
June 24, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

June 24, 2026
50
Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু
National-International

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

June 24, 2026
50
Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন
National-International

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

June 24, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

June 24, 2026
Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

June 24, 2026
Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx