ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

News Desk by News Desk
May 8, 2026
Reading Time: 1 min read
A A
0
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

অৱশেষত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ বা যাদুকৰী সংখ্যা লাভ কৰিলে ‘থালাপতি’ বিজয়ে (‘Thalapathi’ Vijay)। বিজয়ৰ দল টিভিকেৰ এক সূত্ৰই জনাইছে যে কংগ্ৰেছ, ভিচিকেৰ লগতে দুটা বাওঁপন্থী দল চিপিই(এম) আৰু চিপিআয়ে তেওঁলোকৰ প্ৰতি সমৰ্থন ঘোষণা (Declaration of support) কৰিছে। বিজয়ে এই চাৰিটা দলৰ সমৰ্থন লাভ কৰিলে সহজেই যাদুকৰী নম্বৰত উপনীত হ’ব।

টিভিকেৰ (TVK) সূত্ৰ অনুসৰি, বিজয়ে শুকুৰবাৰে বিয়লি লোকভৱনত তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰিব। তাত তেওঁ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব। ৰাজভৱন এৰাৰ পিছত টিভিকে, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ নেতাসকলে যৌথ সংবাদমেল অনুষ্ঠিত কৰিব পাৰে।

vijay | ASSAM TIMES POST
কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

২৩৪ খন আসনৰ তামিলনাডু বিধানসভাত টিভিকেয়ে ১০৭ খন আসন লাভ কৰিছে। চৰকাৰ গঠনৰ বাবে মুঠ ১১৮ জন বিধায়কৰ প্ৰয়োজন। পাঁচজন কংগ্ৰেছ, দুজন ভিচিকে, দুজন চিপিআই(এম) আৰু দুজন চিপিআই বিধায়কে টিভিকেক সমৰ্থন কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে বিজয়ে একক বৃহত্তম দল হিচাপে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে অনুৰোধ জনাইছিল। কিন্তু ৰাজ্যপালে স্পষ্ট কৰি দিয়ে যে টিভিকেয়ে প্ৰথমে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব।

Tags: TVKleaderVijay
Share4Tweet3Send

Related Posts

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে
National-International

by News Desk
May 8, 2026
50
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

by News Desk
May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

by News Desk
May 8, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

by Staff Reporter
May 8, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

by Staff Reporter
May 8, 2026
50
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ
National-International

‎মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ! আমেৰিকা আৰু ইৰাণৰ মাজত গুলীয়াগুলী

by Staff Reporter
May 8, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে
National-International

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
50
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT