ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

News Desk by News Desk
May 26, 2026
Reading Time: 1 min read
A A
0
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

অসম বিধানসভাত বুধবাৰে ইউনিফৰ্ম চিভিল কোড বা ইউচিচি বা অভিন্ন দেৱানী বিধি (UCC Bill) সন্দৰ্ভত আলোচনা হ’ব। ইয়াৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও মুছলমান ধৰ্মীয় আৰু সামাজিক সংগঠনে বিজেপি চৰকাৰলৈ আবেদন দাখিল কৰিছে। সংগঠনকেইটাই প্ৰস্তাৱিত আইনখনলৈ আগবাঢ়ি যোৱাৰ পূৰ্বে সংখ্যালঘু জনগোষ্ঠীৰ (Minority community) সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে আলোচনা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান (Appeal to the state government) জনাইছে। উল্লেখ্য য়ে সোমবাৰে অসম চৰকাৰে বিধানসভাত প্ৰস্তাৱিত ইউচিচি বিধেয়ক উত্থাপন কৰে।

কমেও ১০টা সংগঠনৰ নেতাই ৰাজ্য চৰকাৰক স্মাৰক-পত্ৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে। এই স্মাৰক-পত্ৰত আইন প্ৰৱৰ্তনৰ পূৰ্বে অধিক আলোচনাৰ দাবী উত্থাপন কৰা হৈছে।

ucc | ASSAM TIMES POST
অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

আবেদনকাৰীৰ ভিতৰত আছে জমিয়ত উলেমা-ই-হিন্দ, জামাত-ই-ইছলামী, আহলে চুন্নত, মুছলিম ব্যক্তিগত আইন ব’ৰ্ড, নদৱাতুল তামিৰ, মিলি কাউন্সিল আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ দুটা ফৈদ।

ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু দত্তক লোৱাৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰা ব্যক্তিগত আইনৰ এক উমৈহতীয়া গাঁথনি প্ৰৱৰ্তন কৰা। কিন্তু মুছলমান সংগঠনসমূহে যুক্তি আগবঢ়াইছে যে ৰাজ্য চৰকাৰে সুদূৰপ্ৰসাৰী সামাজিক আৰু আইনী প্ৰভাৱ থকা বিষয় এটাৰ সিদ্ধান্ত লোৱাৰ সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ অংশীদাৰসকলৰ মতামতক আওকাণ কৰা উচিত নহয়।

উল্লেখ্য যে অসমৰ প্ৰস্তাৱিত অভিন্ন দেৱানী বিধিয়ে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে ‘লিভ-ইন’ সম্পৰ্ক (বিবাহ অবিহনে একেলগে থকা) পঞ্জীয়ন বাধ্যতামূলক কৰাৰ সম্ভাৱনা আছে।

Tags: AssamUCCbill
Share4Tweet3Send

Related Posts

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx