ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

News Desk by News Desk
May 27, 2026
Reading Time: 1 min read
A A
0
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

অসম বিধানসভাৰ (Assam Legislative Assembly) চলিত অধিবেশনত বুধবাৰে গৃহীত হয় অভিন্ন দেৱানী বিধি বা ইউনিফাইড চিভিল কোড (Assam UCC) বিধেয়ক।
এই বিধেয়ক গৃহীত (Bill passed) হোৱাৰ লগে লগে এতিয়াৰে পৰা অসমত বিবাহৰ চৰকাৰী পঞ্জীয়ন বাধ্যতামূলক হ’ব। ইয়াৰ উপৰি এই আইন কাৰ্যকৰী হোৱাৰ পিছত আন বহু নিৰ্দেশনা মানি চলিব লাগিব। উল্লেখযোগ্য যে এই বিধেয়ক গ্ৰহণৰ লগে লগে

ইউচিচি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্য আৰু উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে অসম পৰিগণিত হ’ল। ইয়াৰ পূৰ্বে উত্তৰাখণ্ড আৰু গুজৰাটত ইউচিচি প্ৰৱৰ্তন হৈছে। আনহাতে, অসমত চৰকাৰীভাৱে এই বিধেয়খনৰ নাম দিয়া হৈছে সমৰূপ নাগৰিক সংহিতা।

বিধেয়কখনৰ বিধান অনুসৰি, এতিয়াৰে পৰা বিবাহৰ ৬০ দিনৰ ভিতৰত চৰকাৰীভাৱে পঞ্জীয়ন কৰিব লাগিব। ৬০ দিনৰ ভিতৰত যদি কোনোৱে বিবাহ পঞ্জীয়ন নকৰে তেন্তে ১০ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব। আনহাতে, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য হ’ব।

as 1 | ASSAM TIMES POST
বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

ইয়াৰ উপৰি একত্ৰবাস বা লিভ-ইন ৰিলেচনৰ ক্ষেত্ৰত পুৰুষ-মহিলাই সম্পৰ্ক স্থাপনৰ ৩০ দিনৰ ভিতৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। যদি কোনোবাই এই নিয়ম ভংগ কৰে তেন্তে ৩ মাহ পৰ্যন্ত কাৰাদণ্ড বা ১০ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব। কিন্তু এই সম্পৰ্কত থকাৰ সময়ত জন্মলাভ কৰা সন্তানক বৈধ হিচাপে বিবেচনা কৰা হ’ব।

আনহাতে, এই বিধেয়ক অনুসৰি অসমত বহুবিবাহ আৰু দ্বিতীয় বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। যদি কোনোবাই এই নিয়ম ভংগ কৰে তেন্তে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৭ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি হ’ব। বলপূৰ্বকভাৱে বা কোনোবাই যদি প্ৰৱঞ্চনা কৰি বিয়া পাতে তেন্তে অভিযুক্তক একে শাস্তি প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে ২০২৪ চনত উত্তৰাখণ্ড আৰু ২০২৬ চনত গুজৰাটে ইউচিচি ৰূপায়ণ কৰিছিল যদিও বৰ্তমান অসমৰ ইউচিচিত কিছু পার্থক্য আছে।
অসমত এই আইনৰ অধীনত নপৰিব জনজাতীয় লোকসকল।

একেদৰে উত্তৰাখণ্ড আৰু গুজৰাটৰ দৰে অসমতো লিভ-ইন ৰিলেচনত কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে যদিও অসমত এই সম্পৰ্কত জন্ম হোৱা সন্তানক বৈধতা প্ৰদান কৰা হৈছে।

আনহাতে, সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰ-কন্যাক সমান অধিকাৰ প্ৰদানৰ কথা ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে।

ইয়াৰ লগতে বিবাহ বিচ্ছেদৰ পিছত ৫ বছৰৰ তলৰ সন্তানক মাতৃৰ লগত থকাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

Tags: AssamUCCbill
Share4Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 
National-International

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

May 27, 2026
50
Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ
National-International

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

May 27, 2026
50
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান
National-International

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

May 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

May 27, 2026
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

May 27, 2026
Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

May 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx