ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

Staff Reporter by Staff Reporter
June 11, 2026
Reading Time: 1 min read
A A
0
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এনটিএয়ে পুনৰ NEET UG আয়োজন কৰাৰ কথা ঘোষণা কৰে। ২১ জুনত একেটা পৰীক্ষাৰ আয়োজন কৰা হৈছে। এইবাৰ প্ৰশ্নকাকত ফাদিল হোৱা ৰোধ আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় বায়ুসেনাই পোনপটীয়াকৈ খেলপথাৰত প্ৰৱেশ কৰিছে।

NEET I
অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত:

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, পৰীক্ষা প্ৰক্ৰিয়া চলোৱাৰ ক্ষেত্ৰত বায়ুসেনাই কাৰ্যবাহী সহায় আগবঢ়াব। বিশেষ বিমানেৰে দেশৰ ১৮টা গুৰুত্বপূৰ্ণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব নীটৰ প্ৰশ্নকাকতৰ পেকেট।

৩ মে’ত অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত পৰীক্ষা বাতিল কৰা হয়। ইয়াৰ পিছত পৰীক্ষা প্ৰক্ৰিয়াত স্বচ্ছতা পুনৰ ঘূৰাই অনা আৰু সকলো ধৰণৰ জালিয়াতি ৰোধৰ বাবে এই বিস্তৃত সুৰক্ষা পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পূৰ্বে ঘোষণা কৰিছিল যে পুনৰ পৰীক্ষাৰ প্ৰশ্নকাকত পৰিবহণৰ কামত বায়ুসেনা জড়িত হ’ব। এই পদক্ষেপটো মূলতঃ ট্ৰেনজিট বা পৰিবহণৰ সময়ত প্ৰশ্নকাকত যাতে কোনো ধৰণে ফাদিল বা দুৰ্নীতি কৰা নহয় তাৰবাবে গ্ৰহণ কৰা হৈছে।

পৰীক্ষাটো সম্পূৰ্ণ ত্ৰুটিহীন কৰি ৰাখিবলৈ কেইবাটাও অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰা হৈছে:

১) পৰীক্ষা সম্পৰ্কীয় কৰ্তব্য আৰু কেন্দ্ৰ নিৰাপত্তাৰ বাবে সমগ্ৰ দেশতে প্ৰায় পাঁচ লাখ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।

২) পৰীক্ষা কেন্দ্ৰসমূহত চোৰাংচোৱাগিৰিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা বা এআই চালিত উন্নত চোৱাচিতা কেমেৰা ব্যৱহাৰ কৰা হ’ব।

৩) প্ৰশ্নকাকত ফাদিল বা উৰাবাতৰি প্ৰচাৰ ৰোধ কৰিবলৈ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ২৪ ঘণ্টাই কঠোৰভাৱে নিৰীক্ষণ কৰা হৈছে।

নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে প্রশ্নকাকত প্রস্তুত কৰাৰ প্রক্রিয়াতো কঠোৰ নজৰ ৰখা হৈছে৷ প্ৰায় তিনি সপ্তাহ পূৰ্বে নীট প্ৰশ্নকাকত প্ৰস্তুত কৰিবলৈ শিক্ষক আৰু বিষয় বিশেষজ্ঞৰ বিশেষ দল গঠন কৰা হৈছে। প্ৰশ্নকাকত ফাদিলৰ আশংকা এৰাই চলিবলৈ এই দলটোক সম্পূৰ্ণ ‘আইছ’লেচন’ত ৰখা হৈছে।

বাহিৰৰ জগতৰ সৈতে যোগাযোগৰ সকলো পথ বন্ধ কৰিবলৈ তেওঁলোকৰ মোবাইল ফোন বা ইণ্টাৰনেট ব্যৱহাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ২১ জুনত পৰীক্ষা শেষ নোহোৱালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব।

দেশৰ অন্যতম বৃহৎ প্ৰৱেশ পৰীক্ষাৰ বিশ্বাসযোগ্যতা আৰু প্ৰতিপত্তি পুনৰ ঘূৰাই আনিবলৈ চৰকাৰ আৰু শিক্ষা মন্ত্ৰালয়ে এনে অভূতপূৰ্ব আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থা বাছি লৈছে।

Tags: অতীতৰ পৰা শিক্ষা লৈবিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত
Share4Tweet3Send

Related Posts

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

by News Desk
June 11, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

by News Desk
June 11, 2026
50
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ
National-International

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

by News Desk
June 11, 2026
50
Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

by Staff Reporter
June 11, 2026
50
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

by Staff Reporter
June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

by News Desk
June 10, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
50
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ
National-International

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

June 11, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT