ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

নিউজ ডেস্কঃ

News Desk by News Desk
June 11, 2026
Reading Time: 1 min read
A A
0
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

কেন্দ্রই এইবাৰ আবকাৰী শুল্কৰ পৰা ৰেহাই (Excise duty exemption) দিলে ২২-৩০ শতাংশ ইথানল মিহলি পেট্ৰ’ল (22-30 percent ethanol blended petrol)ক৷ এই কথা বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে অৱগত কৰিছে। নতুন ঘোষণা অনুসৰি, চাৰি প্ৰকাৰৰ ইন্ধন ই-২২, ই-২৫, ই-২৭ আৰু ই-৩০ৰ ওপৰত আবকাৰী শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে।

দেশত ইন্ধনৰ উদ্বেগ হ্ৰাস কৰিবলৈ ই-২০ (২০ শতাংশ ইথানল মিশ্ৰিত) ইন্ধন পূৰ্বে প্ৰৱৰ্তন কৰা হৈছিল। এইবাৰ কেন্দ্ৰই অধিক হাৰত ইথানল মিশ্ৰিত ইন্ধনৰ ব্যৱহাৰত গুৰুত্ব দিব বিচাৰিছে। শেহতীয়াকৈ ইথানলৰ অনুপাত আৰু অধিক বৃদ্ধি কৰি ই-৮৫ (৮৫ শতাংশ ইথানল মিশ্ৰিত) প্ৰৱৰ্তন কৰা হৈছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে নিজেই দিল্লীৰ এটা পাম্পৰ পৰা ই-৮৫ ইন্ধন বিতৰণ কৰি এই পদক্ষেপ আৰম্ভ কৰে।

এনে পৰিস্থিতিত ইথানল মিহলি পেট্ৰ’লৰ ওপৰত ২২-৩০ শতাংশ পৰ্যন্ত শুল্ক ৰেহাইৰ ঘোষণাই ইন্ধনৰ ক্ষেত্ৰত কেন্দ্ৰৰ মতামত অধিক স্পষ্ট কৰি তুলিছে বুলি ধাৰণা কৰা হৈছে। এই সিদ্ধান্তৰ পৰা স্পষ্ট যে কেন্দ্ৰই ইথানল মিশ্ৰিত পেট্ৰ’লৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিব বিচাৰে।

petrol | ASSAM TIMES POST
২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

উল্লেখ্য যে ভাৰতত যি ইন্ধনৰ প্ৰয়োজন হয় তাৰ অধিকাংশই আন দেশৰ পৰা আমদানি কৰিবলগা হয়। কিন্তু বৰ্তমান কেন্দ্ৰই দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেয়েহে ইন্ধনৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস কৰিবলৈ কেন্দ্ৰই চেষ্টা চলাইছে। কাৰণ খাৰুৱা তেল আমদানি কৰিলে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতত হেঁচা পৰে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ইন্ধনৰ অপচয় হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ ঘৰৰ পৰা কাম কৰি প্ৰয়োজন হ’লে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে।

বিগত এমাহত পৰ্যায়ক্ৰমে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। ১৫ মে’ৰ পৰা ২৫ মে’ৰ ভিতৰত চাৰিটা পৰ্যায়ত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। ১৫ মে’ত সমগ্ৰ দেশতে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত তিনি টকাকৈ বৃদ্ধি পাইছিল। ইয়াৰ পিছত ১৯ মে’ত পুনৰ মূল্যবৃদ্ধি হয়। পেট্ৰ’লৰ মূল্য আৰু ৯০ পইচা বৃদ্ধি হয়। ইয়াৰ পিছত ২৩ মে’ শনিবাৰে পুনৰ ৮৭ পইচাকৈ মূল্য বৃদ্ধি কৰা হয়। তাৰ পিছত ২৫ মে’ত মূল্যবৃদ্ধিৰ আন এটা পৰ্যায় হয়। মে’ মাহৰ দ্বিতীয়াৰ্ধত ১০ দিনত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সাত টকাতকৈ অধিক বৃদ্ধি পালে। এই পৰিস্থিতিত সাধাৰণ মানুহক ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰিবলৈ অধিক উৎসাহিত কৰিবলৈ কেন্দ্ৰই ২২-৩০ শতাংশ ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্কমুক্ত কৰিলে।

Tags: Ethanolmixedpetrol
Share4Tweet3Send

Related Posts

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

by News Desk
June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

by News Desk
June 11, 2026
50
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ
National-International

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

by News Desk
June 11, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

by Staff Reporter
June 11, 2026
50
Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ
National-International

Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

by Staff Reporter
June 11, 2026
50
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx