ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India fuel crisis I ঔদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক সাধাৰণ পাম্পৰ পৰা একেলগে পেট্ৰ’ল-ডিজেল ক্ৰয়ত বাধা কেন্দ্ৰৰ

Staff Reporter by Staff Reporter
June 12, 2026
Reading Time: 1 min read
A A
0
Fuel Tariff hike : ইন্ধনজাত তেলত ২ টকা শুল্ক বৃদ্ধি, বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য?

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

ঔদ্যোগিক আৰু বাণিজ্যিক কোম্পানীসমূহে পেট্ৰ’ল পাম্পৰ পৰা পোনপটীয়াকৈ পেট্ৰ’ল আৰু ডিজেল ক্ৰয় (India Fuel Crisis) কৰাত বাধা আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পৰিৱৰ্তে পাইকাৰী (বাল্ক) বিক্ৰী কেন্দ্ৰৰ পৰা পেট্ৰ’ল আৰু ডিজেল ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী নিৰ্দেশনাত উল্লেখ আছে যে এই নিষেধাজ্ঞা সৰ্বাধিক ৯০ দিনৰ বাবে প্ৰযোজ্য হ’ব।

India fuel crisis I
সাধাৰণ পাম্পৰ পৰা একেলগে পেট্ৰ’ল-ডিজেল ক্ৰয়ত বাধা কেন্দ্ৰৰ:

বিশেষকৈ ডিজেলৰ ক্ষেত্ৰত চাহিদা অস্বাভাৱিক বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা জাৰি কৰা হৈছে বুলি কেন্দ্ৰই দাবী কৰিছে।

যিসকলে একেলগে বৃহৎ পৰিমাণৰ ডিজেল কিনে তেওঁলোকৰ বাবে খুচুৰা গ্ৰাহকৰ তুলনাত তেলৰ দাম যথেষ্ট বেছি। গতিকে সেই বাল্ক ডিজেলৰ ক্ৰেতাই সাধাৰণ পাম্পৰ পৰা কম দামত অধিক তেল ক্ৰয় কৰা বুলি অভিযোগ উত্থাপন হৈছে। মূল্যৰ পাৰ্থক্যৰ বাবে পেট্ৰ’ল পাম্পৰ পৰা বাল্ক ব্যৱহাৰকাৰীয়ে ইন্ধন ক্ৰয় কৰিবলৈ আৰম্ভ কৰাৰ বাবে এই চাহিদা বৃদ্ধি কিছুমান অঞ্চলত দেখা গৈছে।

দিল্লীত পেট্ৰ’ল পাম্পত ডিজেলৰ মূল্য প্ৰতি লিটাৰ ৯৫.২০ টকা হোৱাৰ বিপৰীতে বাল্ক বিক্ৰী কেন্দ্ৰত ইয়াৰ মূল্য ১৩৪.৫০ টকা। এই মূল্যৰ পাৰ্থক্যৰ মূল কাৰণ হ’ল পশ্চিম এছিয়াৰ সংকটৰ ফলত হোৱা খৰচ বৃদ্ধিৰ জোকাৰণিৰ পৰা সাধাৰণ ব্যৱহাৰকাৰীক ৰক্ষা কৰিবলৈ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে চৰকাৰী তেল কোম্পানীসমূহে খুচুৰা মূল্যত কিছু ৰেহাই দিছিল।

টেলিকম টাৱাৰৰ দৰে বাল্ক ব্যৱহাৰকাৰী আৰু বিদ্যুৎ উৎপাদন বা অন্যান্য কেঁচামালৰ প্ৰয়োজনীয়তাৰ বাবে ডিজেল ব্যৱহাৰ কৰা উদ্যোগসমূহে বজাৰ মূল্য দিব লাগিব। কিন্তু খুচুৰা পাম্পত পেট্ৰ’ল আৰু ডিজেলৰ দাম উৎপাদন ব্যয়তকৈ বহু কম।

এই পৰিস্থিতিত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ২০২৬ চনৰ ১১ জুনত ‘মটৰ স্পিৰিট আৰু হাই স্পীড ডিজেল (খুচৰা বিপণীৰ জৰিয়তে যোগানৰ অস্থায়ী নিয়ন্ত্ৰণ) আদেশ ২০২৬’ জাৰি কৰি কয়, “বিশ্বৰ কিছুমান বিশেষ অঞ্চলত উদ্ভৱ হোৱা ভূ-ৰাজনৈতিক অস্থিৰতাই আন্তঃৰাষ্ট্ৰীয় পেট্ৰ’লিয়াম যোগান শৃংখল, তেল টেংকাৰ যাতায়াত আৰু পেট্ৰ’লিয়াম সামগ্ৰীৰ যোগান ব্যৱস্থাত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ বাবে পদক্ষেপটো প্ৰয়োজনীয় হৈ পৰিছিল।’’

অধিসূচনাখনত কোৱা হৈছে, “বৰ্তমানৰ পৰিস্থিতিত দেখা গৈছে যে খুচুৰা আৰু বাল্ক বিক্ৰীৰ মূল্যৰ পাৰ্থক্যৰ বাবে ঔদ্যোগিক, বাণিজ্যিক আৰু প্ৰতিষ্ঠানিক গ্ৰাহকে খুচুৰা বিপণীলৈ (পেট্ৰ’ল পাম্প) ধাৱমান হোৱাৰ বাবে দেশৰ একাংশ অঞ্চলত খুচুৰা বিপণীৰ জৰিয়তে মটৰ স্পিৰিট (পেট্ৰ’ল) আৰু ফাষ্টেষ্ট ডিজেলৰ বিক্ৰী অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।” গাইডলাইন অনুসৰি, প্ৰতিষ্ঠানিক আৰু ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকে পেট্ৰ’ল পাম্পৰ পৰিৱৰ্তে বাল্ক চেলছ আউটলেটৰ পৰা সংগ্ৰহ কৰিব লাগিব।

আনহাতে, খুচুৰা বিপণীত থকা বাহনৰ ইন্ধনৰ টেংকিতহে ডিজেল ভৰোৱা উচিত বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। ইয়াক আন কোনো পাত্ৰত ভৰাই ল’ব নোৱাৰিব। ইয়াৰ উপৰি প্ৰতিদিনে প্ৰতিজন গ্ৰাহক বা বাহনৰ বাবে সৰ্বোচ্চ ২০০ লিটাৰ ক্ৰয়ৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। গাইডলাইনত উল্লেখ আছে যে এইদৰে ক্ৰয় কৰা ডিজেল পুনৰ বিক্ৰী কৰিব নোৱাৰিব।

ইয়াৰ পূৰ্বে মে’ মাহৰ শেষৰ ফালে কেন্দ্ৰই কৈছিল যে দেশৰ পাম্পত পেট্ৰ’ল-ডিজেলৰ চাহিদাত কোনো সমস্যা নাই। গ্ৰাহকে সদায় পাব। কিন্তু নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো ব্যৱসায়িক গ্ৰাহকে উদ্যোগৰ বাবে তাৰ পৰা অধিক ডিজেল ক্ৰয় কৰাত সমস্যা হৈছে বুলি কেন্দ্ৰই দাবী কৰে।

Tags: ঔদ্যোগিক আৰু বাণিজ্যিকপেট্ৰ'ল-ডিজেল ক্ৰয়ত বাধা কেন্দ্ৰৰপ্ৰতিষ্ঠানসমূহক সাধাৰণ পাম্পৰ পৰা একেলগে
Share4Tweet3Send

Related Posts

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত
National-International

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

by News Desk
August 17, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
ADVERTISEMENT
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx