ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

Staff Reporter by Staff Reporter
June 13, 2026
Reading Time: 1 min read
A A
0
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

১২ জুন, ২০২৫। এবছৰ পূৰ্বে এই দিনটোতে তেওঁ মৃত্যুৰ মুখৰ পৰা উভতি আহিছিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ (Ahmedabad plane Crash) একমাত্ৰ জীৱিত যাত্ৰী হৈছে বিশ্বকুমাৰ ৰমেশ।

Ahmedabad flight crash I
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই:

বিগত এটা এবছৰত বহু সলনি হৈছে। কিন্তু সেই দিনটোৰ স্মৃতি ৰমেশৰ মনত এতিয়াও সতেজ হৈ আছে। চকু মুদিলেই মনলৈ আহে দুৰ্ঘটনাৰ প্ৰতিচ্ছবি। তেওঁ এতিয়াও অনুভৱ কৰে তীব্ৰ জোকাৰণি আৰু ৰমেশ কঁপি উঠে। তেওঁ কয়, “এবছৰ ধৰি টোপনি, উদ্বেগ আৰু যন্ত্ৰণাদায়ক স্মৃতিৰ সৈতে যুঁজি আছোঁ।”

তেওঁৰ শৰীৰৰ ঘাবোৰ শুকাই গৈছে। কিন্তু মনৰ ঘাবোৰ এতিয়াও জ্বলি আছে। ৰমেশে কয়, “মানুহে দেখিছে মই জীয়াই আছোঁ। কিন্তু বন্ধ দুৱাৰৰ আঁৰত চলি থকা যুঁজখন কোনেও দেখা নাপায়।” এবছৰৰ পাছতো ৰমেশে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ যুঁজি আছে।

ভাৰতীয় মূলৰ ৪০ বছৰীয়া ব্ৰিটিছ নাগৰিক ৰমেশ ২০০৩ চনৰ পৰা ব্ৰিটেইনত বাস কৰি আহিছে। তেওঁৰ পত্নী আৰু সন্তান আছে। আত্মীয়ক লগ কৰিবলৈ ভাৰতলৈ আহিছিল ৰমেশ। তেওঁৰ ভাতৃও ২০২৫ চনৰ ১২ জুনত তেওঁৰ সৈতে লণ্ডনলৈ উভতিছিল। দুৰ্ঘটনাটোৰ পিছত কিন্তু তেওঁক বিচাৰি পোৱা নাছিল। পিছত ৰমেশে গম পায় যে তেওঁৰ ভাতৃৰ মৃত্যু হৈছে।

এয়াৰ ইণ্ডিয়াৰ বিমান এআই১৭১ৰ ইকনমি ক্লাছৰ ১১এ আসনত বহি আছিল ৰমেশ। তেওঁৰ আসনখন জৰুৰীকালীন প্ৰস্থানৰ ওচৰতে আছিল। কিন্তু কেনেকৈ তেওঁ বিমানৰ পৰা নামিল, ৰমেশে ক’ব পৰা নাছিল। তেওঁৰ বাহিৰে বিমানখনৰ আন কোনো লোক বাচি নাথাকিল।

ৰমেশে কয়, “মই জীয়াই আছোঁ। তাৰবাবে মই কৃতজ্ঞ। কিন্তু জীয়াই থকাটোৱেই হৈছে সংগ্ৰামৰ প্ৰকৃত কাহিনী। সেই দুৰ্ঘটনাৰ পিছত মই সন্মুখীন হোৱা প্ৰতিকূলতাবোৰ শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ।” ৰমেশে কয় যে তেওঁ কেৱল শাৰীৰিক আৰু মানসিকভাৱে নহয়, আৰ্থিকভাৱেও সংগ্ৰাম কৰি আছে।

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰ পাৰ হৈ গ’ল। এতিয়ালৈকে কোনো চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰা হোৱা নাই। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ, ভাৰতীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয় আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে। সূত্ৰৰ উদ্ধৃতি দি ৰয়টাৰে কয় যে দুৰ্ঘটনা সন্দৰ্ভত চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাত পলম হ’ব।

Tags: আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰএতিয়াও জ্বলি আছে জুইপৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত
Share4Tweet3Send

Related Posts

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
ADVERTISEMENT
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT