ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

Staff Reporter by Staff Reporter
July 4, 2026
Reading Time: 1 min read
A A
0
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

শেহতীয়াকৈ পাকিস্তানে সিন্ধু জলচুক্তিক (Indus Water Treaty) লৈ ভাৰতৰ বিৰুদ্ধে মাত মাতিছে। নতুন দিল্লীয়েও ইয়াৰ প্ৰতি সঁহাৰি জনায়। সিন্ধু জলচুক্তি সন্দৰ্ভত নিজৰ স্থিতি সলনি নকৰে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে ভাৰতে।

Indus Water Treaty I
সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি:

অৰ্থাৎ সিন্ধু জলচুক্তি স্থগিত হৈ থাকিব। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে সিন্ধু জলচুক্তি সন্দৰ্ভত ভাৰতৰ স্থিতি অপৰিৱৰ্তিত হৈ থাকিব। তেওঁ কয়, “পাকিস্তানে আন্তঃসীমান্ত সন্ত্ৰাসবাদ বন্ধ কৰিব লাগিব।”

পহেলগাম আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জলচুক্তিৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি দিছিল। পাকিস্তানক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত সজাগ কৰা হৈছে যে তেজ আৰু পানী কেতিয়াও একেলগে বৈ যাব নোৱাৰে।

১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু চুক্তি স্বাক্ষৰিত হয়। কিন্তু ইয়াক ভাৰতে স্থগিত ৰখাৰ পিছৰে পৰা পাকিস্তানে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ বিৰুদ্ধে অভিযোগ কৰিছে। কিন্তু তাৰ কোনো লাভ হোৱা নাই।

১৯৬০ চনত স্বাক্ষৰিত এই চুক্তি অনুসৰি ভাৰতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পূব দিশলৈ বৈ যোৱা শতদ্ৰু, বিপাশা আৰু ইৰাৱতী নদীৰ জলভাগৰ অধিকাৰী। পশ্চিমে বৈ যোৱা সিন্ধু, চন্দ্ৰভাগ আৰু বিতাস্তাৰ জলসীমাতো পাকিস্তানৰ অধিকাৰ আছে। কিন্তু ভাৰতে পহেলগাম আক্ৰমণৰ প্ৰতিবাদত পাকিস্তানৰ বিৰুদ্ধে এক পদক্ষেপ হিচাপে এই চুক্তি স্থগিত ৰাখিছিল।

শেহতীয়াকৈ দেশখনৰ জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে ইংগিত দিছিল যে ২০২৮ চনৰ জুন মাহৰ ভিতৰত পাকিস্তানলৈ সিন্ধুৰ পানীৰ প্ৰবাহ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। তাৰ পিছত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এই মাহত ভাৰতৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ ভাবুকি দিছিল।

কেৱল আছিফেই নহয়, পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মাছুদ মালিকেও সিন্ধু জলচুক্তিৰ অন্ত পেলোৱাৰ বিৰুদ্ধে সকীয়াই দিয়ে। তেওঁ কয়, “আমাৰ অংশৰ পানী বিচৰাসকলৰ হাত কাটি পেলাম।” ইয়াৰ পিছত মালিকে সিন্ধুৰ পানী বন্ধ কৰাৰ বাবে মোদীক দোষাৰোপ কৰি কয়, “তেওঁ (মোদীয়ে) কৈছিল, পাকিস্তানলৈ এটোপাল পানীও নাযায়।”

পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে চুক্তিৰ চৰ্ত অনুসৰি নিজৰ অংশৰ পানী অক্ষত অৱস্থাত ৰখাৰ বাবে পাকিস্তান দায়বদ্ধ। ইয়াৰ পিছত ভাৰতে সিন্ধু জলচুক্তিৰ ওপৰত নিজৰ স্থিতি পুনৰবাৰ প্ৰকাশ কৰে।

Tags: পাকিস্তানৰ ভাবুকিৰ পিছতেভাৰতৰ স্পষ্ট স্থিতিসিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব
Share4Tweet3Send

Related Posts

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

by Staff Reporter
July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

by Staff Reporter
July 4, 2026
50
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

by Staff Reporter
July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

by Staff Reporter
July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx