ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

নিউজ ডেস্কঃ

News Desk by News Desk
July 31, 2026
Reading Time: 1 min read
A A
0
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

RELATED POSTS

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

New Logo Smal 3 | ASSAM TIMES POST

ককৰোচ জনতা পাৰ্টিয়ে (CJP) যন্তৰ-মন্তৰৰ (Jantar Mantar) সন্মুখত আহ্বান জনোৱা ছাত্ৰ প্ৰতিবাদৰ (Student Protest) সময়ত আহত হোৱা আৰক্ষীৰ পৰিয়াল এতিয়া ‘দুষ্কৃতিকাৰীৰ তাণ্ডৱ’ৰ বাবে বাতৰিৰ শিৰোনামত আছে। শুকুৰবাৰে দিল্লীত কেইবাজনো আৰক্ষী বিষয়াৰ পৰিয়ালৰ (Police officer’s family) সদস্যই যৌথ সংবাদমেল (Joint press conference) অনুষ্ঠিত কৰে। আহত বিষয়াসকলৰ পত্নী, পুত্ৰ-কন্যাই সংসদ ভৱনৰ অভিযান আৰু তাৰ পিছৰ সময়ছোৱাত সহ্য কৰিবলগীয়া হোৱা মানসিক চাপ আৰু কিমান ভয়ত দিন কটাবলগীয়া হৈছিল সেই কথা বুজাই দিয়ে। ইয়াৰে বহুতকে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। আনহাতে, ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আক্ৰান্তসকলৰ পৰিয়াল।

দিল্লী আৰক্ষীৰ উপ-পৰিদৰ্শকৰ কন্যাই জনোৱা মতে, যন্তৰ-মন্তৰৰ সন্মুখত তেওঁৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল। তেওঁক তীব্ৰ প্ৰহাৰ কৰা বুলি অভিযোগ কৰে ছাত্ৰীগৰাকীয়ে। প্ৰহাৰৰ বাবে আৰক্ষী বিষয়াজন চিকিৎসালয়ত আছিল। চাৰি ঘণ্টা ধৰি তেওঁ অচেতন হৈ আছিল। যুৱতীগৰাকীৰ মতে, “পুলিচত যোগদান কৰাৰ আগতে মোৰ দেউতা নৌসেনাত আছিল। তেওঁ ১৫ বছৰ সেৱা কৰিছিল। মোৰ দেউতা যন্তৰ-মন্তৰৰ মূল প্ৰতিবাদস্থলীত আছিল। বেৰিকেডৰ ওচৰত একেবাৰে সন্মুখৰ শাৰীত আছিল। বিপুল জনসমাগম আছিল। প্ৰতিদিনে তেওঁ ঘৰলৈ উভতি আহি কৈছিল, এইটো এতিয়া কেৱল ছাত্ৰ আন্দোলন নহয়। ইয়াৰ পৰা বহুতো অসামাজিক কাৰ্যকলাপ ঘটি আছে। এই সকলোবোৰ শুনি, আমাৰ চিন্তা আৰু বৃদ্ধি পায়।”

২৫ জুলাইত সেই এছ আইজনকে জনতাই মাৰপিট কৰিছিল বুলি অভিযোগ উঠিছে। তেওঁৰ কন্যাই কয়, “যন্তৰ-মন্তৰৰ মূল মঞ্চৰ সন্মুখত দেউতাক প্ৰায় প্ৰহাৰ কৰি মাৰিয়ে পেলাইছিল। দুপৰীয়া ২ বজাত তেওঁক মাৰপিট কৰা হয়। তেওঁ চাৰি ঘণ্টা ধৰি চিকিৎসালয়ত অচেতন হৈ পৰি আছিল। নিশা ১০ বজাৰ ভিতৰত সহকৰ্মীসকলে তেওঁক ঘৰলৈ লৈ আহিছিল। তেওঁৰ ইউনিফৰ্ম তেজেৰে সম্পূৰ্ণ ৰাঙলী হৈ পৰিছিল।” ছ’চিয়েল মিডিয়াত বিভিন্ন সমালোচনাৰ লক্ষ্য হৈ পৰিছিল ভুক্তভোগী এছ আইজন।

delhi 2 | ASSAM TIMES POST
ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

তেওঁৰ কন্যাই কয়, “পিছদিনা ছ’চিয়েল মিডিয়া খুলি দেখিলোঁ যে মোৰ দেউতাক অপৰাধী বুলি কোৱা হৈছে। উচ্চতম ন্যায়ালয়ত তেওঁৰ লগতে আন আন আৰক্ষী জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে। তেতিয়াই আমি সিদ্ধান্ত লৈছিলো যে আমিও ন্যায় বিচাৰিম।” দিল্লীত নিযুক্ত এচিপি পর্যায়ৰ আন এজন ভুক্তভোগী বিষয়াৰ পত্নীয়ে কয়, “২০ তাৰিখৰ নিশা যেতিয়া মোৰ স্বামী ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁ গুৰুতৰভাৱে আহত হৈছিল। মই আৰু মোৰ দুবছৰীয়া ছোৱালীজনীয়ে তেওঁক সেই অৱস্থাত দেখি বহুত ভয় খাইছিলো। আমাৰ লগত কি ঘটিছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছো।”

দিল্লী আৰক্ষীৰ এজন এ এছ আইৰ পত্নীয়ে জনোৱা মতে, ২০ জুলাইৰ পুৱা প্ৰায় ১১ বজাত তেওঁৰ স্বামীয়ে কয় যে যন্তৰ-মন্তৰৰ সন্মুখত বিপুল জনসমাগম আছিল। সন্ধিয়া গম পায় যে তেওঁ হস্পিটেলত ভৰ্তি হৈছে। অভিযোগ অনুসৰি ইটা, শিল, ফুলৰ টাবকে ধৰি যি পাইছে তাকে লৈ আৰক্ষীক আক্ৰমণ কৰিছে। বহুতৰে হেলমেট ভাঙি যায়। হেলমেট পৰিধান নকৰিলে আৰক্ষী জোৱানৰ মৃত্যু হ’ব পাৰিলেহেঁতেন বুলি আশংকা প্ৰকাশ কৰিছে তেওঁলোকৰ পৰিয়ালৰ লোকে। এই সন্দৰ্ভত সংসদত আলোচনাৰ বাবে অনুৰোধ জনাইছে।

চিজেপিৰ সংসদ ভৱন অভিযানত ‘অত্যধিক বল প্ৰয়োগ’ৰ অভিযোগত আৰক্ষীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰা হৈছে। অভিযোগ অনুসৰি, প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰিছিল। লাঠিচালনা কৰাও হৈছিল। এইবাৰ এই আৰক্ষীৰ পৰিয়ালেই বিনিময়ত তেওঁলোকক মাৰপিট কৰাৰ মুকলি অভিযোগ আনিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtest
Share4Tweet3Send

Related Posts

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

by News Desk
September 29, 2026
50
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

by News Desk
September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

by News Desk
September 29, 2026
50
ADVERTISEMENT
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
50
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d