ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi protest : মোদীৰ ক্ষমা, প্ৰধানমন্ত্ৰীক লৈ মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ দিল্লী আৰক্ষীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 3, 2026
Reading Time: 1 min read
A A
0
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ (Protest in Jantar Mantar)ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)ক লৈ কটু মন্তব্য কৰে এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে। দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। অৱশ্যে সেই এফআইআৰ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে, তেওঁৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নিজেই ভিডিঅ’ বাৰ্তাযোগে দেশৰ যুৱক-যুৱতীসকলক ক্ষমা (Forgive the Youth) কৰিছিল। অনুমান কৰা হৈছে যে ইয়াৰ পিছত দিল্লী আৰক্ষীয়েও (Delhi Police) কিশোৰীগৰাকীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত (Decision to withdraw from the race) লয়।

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰাৰ পিছত নয়ডাৰ কিশোৰীগৰাকীয়ে বিভিন্ন পক্ষৰ হেঁচাত ক্ষমা বিচাৰে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি নিজৰ এই কাৰ্যৰ বাবে অনুশোচনা প্ৰকাশ কৰি ক্ষমা বিচাৰে। লগতে এয়াই তেওঁৰ জীৱনৰ ‘প্ৰথম আৰু শেষ ভুল’ বুলি কয়। তেওঁৰ মাতৃয়েও এফআইআৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰশাসন আৰু চৰকাৰক অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক ক্ষমা কৰি দিয়া ভিডিঅ’ বাৰ্তাৰ পিছত কৃতজ্ঞতা প্ৰকাশ কৰে। এয়া তেওঁৰ জীৱনৰ সৰ্বোত্তম উপহাৰ বুলি কয়। কিন্তু প্ৰধানমন্ত্ৰীয়ে তেওঁক ক্ষমা কৰাৰ পিছতো আৰক্ষীয়ে এফআইআৰ প্ৰত্যাহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে। গতিকে পৰিয়ালটো হেঁচাত পৰিছিল।

modi.jpg3 | ASSAM TIMES POST
মোদীৰ ক্ষমা, প্ৰধানমন্ত্ৰীক লৈ মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ দিল্লী আৰক্ষীৰ

ইয়াক লৈ ককৰোচ জনতা পাৰ্টিয়েও ক্ষোভ প্ৰকাশ কৰে। সূত্ৰ অনুসৰি, এফআইআৰত কিশোৰীগৰাকীৰ বয়স ভুলকৈ লিখা আছিল। তাত তেওঁক ২৫ বছৰীয়া বুলি উল্লেখ কৰা হৈছিল। তেওঁৰ মাতৃয়েও ছ’চিয়েল মিডিয়াত সংশোধনৰ বাবে অনুৰোধ জনায়। লগতে ১৮ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ সমগ্ৰ দেশতে নিষিদ্ধ কৰিবলৈ দাবী জনায়। প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কিশোৰীগৰাকীৰ মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। হিন্দুত্ববাদী সংগঠনসমূহে তেওঁক চিনাক্ত কৰি ন্যায়ৰ কাষ চাপিবলৈ দাবী জনায়।

অভিযোগ অনুসৰি, বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কিশোৰীগৰাকীক হত্যা আৰু ধৰ্ষণৰ ভাবুকিও দিয়া হৈছিল। ইফালে নয়ডা আৰক্ষীয়ে তেওঁক চিনাক্ত কৰি ‘জিৰো এফআইআৰ’ দাখিল কৰে। ইয়াৰ পিছতে দিল্লী থানালৈ বদলি কৰা হয়। হেঁচাত পৰি তেওঁ ক্ষমা খুজিবলৈ বাধ্য হয়। প্ৰতিবাদস্থলীত উপস্থিত থকা ‘আন লোকৰ দ্বাৰা প্ৰভাৱিত হৈ’ এনে মন্তব্য কৰা বুলিও তেওঁ কয়।

Tags: Modi'sForgivetoYouth
Share4Tweet3Send

Related Posts

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ
National-International

by News Desk
August 3, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

by News Desk
August 3, 2026
50
PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা
National-International

PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

by News Desk
August 3, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

ADVERTISEMENT
India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ
National-International

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

August 3, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

August 3, 2026
50
PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা
National-International

PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

August 3, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

Delhi protest : মোদীৰ ক্ষমা, প্ৰধানমন্ত্ৰীক লৈ মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ দিল্লী আৰক্ষীৰ

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

August 3, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

August 3, 2026
PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT