ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 10, 2026
Reading Time: 1 min read
A A
0
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

কেন্দ্ৰীয় স্বাস্থ্য বীমা আঁচনি (Central Health Insurance Scheme) প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (Pradhan Mantri Jan Arogya Yojana) বা আয়ুষ্মান ভাৰত (Ayushman Bharat)ত সংঘটিত অনিয়মৰ অভিযোগ (Complaint of irregularities)ত তালিকাৰ পৰা দেশৰ ২,৩৫৯ খন চিকিৎসালয় বাদ পৰিছে। আনহাতে, ১২০০খন চিকিৎসালয়ক নিলম্বন (1200 hospitals suspended) কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা (Health Minister JP Nadda)ই শেহতীয়াকৈ লোকসভাত লিখিত উত্তৰত এই কথা উল্লেখ কৰিছে যে কেন্দ্ৰীয় স্বাস্থ্য বীমাত অন্তৰ্ভুক্ত এই চিকিৎসালয়সমূহৰ বিৰুদ্ধে উপযুক্ত নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আয়ুষ্মান ভাৰতৰ নিয়ম উলংঘা কৰা চিকিৎসালয়ৰ বিৰুদ্ধে ২৯খন এফআইআৰ দাখিল কৰিছে কেন্দ্ৰই। কেৱল সেয়াই নহয়, অভিযুক্ত চিকিৎসালয়সমূহক ৩২৮.৪৯ কোটি টকাৰ জৰিমনাও বিহা হৈছে। এই স্বাস্থ্য বীমাত যাতে প্ৰতাৰণা আৰু চিকিৎসালয়সমূহে চিকিৎসাৰ বাবে অবৈধ বিল সৃষ্টি নকৰে তাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰৰ এই পদক্ষেপৰ ফলস্বৰূপে সেই চিকিৎসালয়সমূহে সম্প্ৰতি আয়ুষ্মান ভাৰতৰ অধীনত ‘নগদবিহীন’ চিকিৎসাৰ সুযোগ লাভ কৰিব নোৱাৰিব। গতিকে এই কেন্দ্ৰীয় স্বাস্থ্য বীমা আঁচনিৰ সুবিধা ল’বলৈ বৰ্তমানৰ চিকিৎসালয়ৰ তালিকাখন পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হৈছে। এই বীমা আঁচনিৰ দুৰ্নীতি ৰোধৰ বাবে প্ৰযুক্তিৰ সহায় লৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে।

ayushman | ASSAM TIMES POST
আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিকোনো ভুৱা দাবী চিনাক্ত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ভুৱা বিল, একেটা দাবীৰ পুনৰাবৃত্তি (ডুপ্লিকেট দাবী), ভুৱা পৰিচয় ব্যৱহাৰ কৰি এই আঁচনিৰ সুবিধা লোৱাৰ দৰে জালিয়াতি আৰু দুৰ্নীতি ধৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। কেন্দ্ৰৰ দাবী যে এনে ব্যৱস্থাৰ জৰিয়তে চিকিৎসালয় এখনে ধন দাবী কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত জালিয়াতি চিনাক্ত কৰা সম্ভৱ। সেই ধন পৰিশোধ কৰাৰ আগতেই এনে ভুৱা দাবী বন্ধ কৰি দিয়া হৈছে। এনে প্ৰযুক্তিৰ সহায়ত ২০২৬ চনৰ ৩১ জুলাইলৈকে ৬৭৬.১৬ কোটি টকাৰ আৰ্থিক লোকচান ৰোধ কৰা সম্ভৱ হৈছে বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কেন্দ্ৰই ২০১৮ চনত নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত এই স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত কেন্দ্ৰই হিতাধিকাৰী পৰিয়ালক বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়ায়। এন এইচ এৰ পৰ্টেলৰ তথ্য অনুসৰি, ২০২৬ চনৰ ৮ আগষ্টলৈকে এই আঁচনিৰ অধীনত ৩৪,৪৩৭ খন চিকিৎসালয় তালিকাভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ২০,৩৬৩ খন চৰকাৰী চিকিৎসালয় আৰু ১৮,০৭৪ খন ব্যক্তিগত চিকিৎসালয় আছে।

Tags: AyushmanBharatJPNadda
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

by News Desk
August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT