ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 29, 2026
Reading Time: 1 min read
A A
0
India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

RELATED POSTS

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

New Logo Smal 3 | ASSAM TIMES POST

ভাৰতে আমেৰিকাৰ পৰা (India from America) মেন-পৰ্টেবল এণ্টি টেংক (Main portable anti-tank) জেভেলিন মিছাইল ক্ৰয় কৰাৰ পৰিকল্পনা (Plan to buy Javelin missile) কৰিছে। এই কথা প্ৰকাশ কৰিছে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে। তেওঁৰ মতে, ইয়াৰ দ্বাৰা নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত প্ৰতিৰক্ষা সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব। কেৱল সেয়াই নহয়, ভাৰত আৰু আমেৰিকাৰ যৌথভাৱে জেভেলিন ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ সম্ভাৱনা বাঢ়িছে বুলিও চাৰ্জিঅ’ই দাবী কৰিছে।

জেভেলিন ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বিষয়ে এক্স পোষ্টত আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে লিখিছে, “আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক এতিয়া উচ্চতম পৰ্যায়ত আছে। সেই পৰিৱেশত ভাৰতে যুদ্ধক্ষেত্ৰত টেংক ধ্বংস কৰা জেভেলিন মিছাইল ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে।”

আমেৰিকাৰ পৰা এনে ক্ষেপণাস্ত্ৰ ক্ৰয় সম্পৰ্কীয় চুক্তি ইয়াৰ পূৰ্বে দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হৈছিল। নতুন দিল্লীয়ে ২০১০ চনত জেভেলিন মিছাইল ক্ৰয় কৰিবলৈ আমেৰিকাৰ কাষ চাপিছিল। তেতিয়াৰে পৰাই এই সন্দৰ্ভত আলোচনা চলি আহিছে। প্ৰথম অৱস্থাত আমেৰিকাই এই ক্ষেপণাস্ত্ৰসমূহ ভাৰতক বিক্ৰী কৰিব বিচৰা নাছিল। কিন্তু দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত এই অচলাৱস্থাৰ সমাধান হয়।

tank | ASSAM TIMES POST
আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

শুল্ক বিবাদৰ মাজতে যোৱা বছৰৰ ৩১ অক্টোবৰত ভাৰতৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰ কৰিছিল ৱাশ্বিংটনে। মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত এছিয়ান প্ৰতিৰক্ষা সন্মিলনৰ আঁৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে এই চুক্তি স্বাক্ষৰ কৰে। অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ আদান-প্ৰদানৰ কথা উল্লেখ কৰিছে এই ১০ বছৰীয়া চুক্তিত। সেই চুক্তিৰ অংশ হিচাপে ভাৰতে আমেৰিকাৰ পৰা জেভেলিন ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ ওলাইছে।

এই মিছাইলটো আমেৰিকাৰ কোম্পানী মাৰিয়েটা (বৰ্তমান ৰেথিয়ন টেকন’লজিছ) আৰু লকহিড মাৰ্টিনে যৌথভাৱে নিৰ্মাণ কৰিছে। জেভেলিনৰ বিশেষত্ব হ’ল অলপ প্ৰশিক্ষণৰ পিছতেই মাত্ৰ এজন সৈনিকেই ইয়াক ব্যৱহাৰ কৰিব পাৰে। এই মিছাইলটোত এটা লঞ্চাৰ আছে, যিটো কান্ধত কঢ়িয়াই নিব পাৰি আৰু নিৰ্দিষ্ট লক্ষ্যত গুলী চলাব পাৰি। জেভেলিনৰ ওজন প্ৰায় ২৩ কিলোগ্ৰাম। ইয়াত ৮.৫ কেজি বিস্ফোৰক সামগ্ৰী কঢ়িয়াব পাৰি। ইয়াৰ লঞ্চাৰৰ ওজন সাধাৰণতে ৬.৪ কিলোগ্ৰাম। চাৰি কিলোমিটাৰ দূৰত্বৰ এই আমেৰিকান ক্ষেপণাস্ত্ৰই ধীৰ গতিৰ উৰণীয়া হেলিকপ্টাৰকো ধ্বংস কৰিবলৈ সক্ষম। ইয়াৰ আনুমানিক মূল্য প্ৰায় দুইলাখ ডলাৰ।

এই ক্ষেপণাস্ত্ৰ কান্ধত ৰাখি নিক্ষেপ কৰাৰ পিছত ই ১৫০ মিটাৰ উচ্চতালৈ উঠি যায়। ইয়াৰ পিছত ই ওপৰৰ পৰা লক্ষ্যত আঘাত কৰে। এই ‘টেংকাৰ কিলাৰ’ ক্ষেপণাস্ত্ৰই ১৫ ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰতে লক্ষ্যত আঘাত কৰিব পাৰে। সামৰিক বিশেষজ্ঞসকলৰ মতে যদি এনে ক্ষেপণাস্ত্ৰ ভাৰতৰ অস্ত্ৰভাণ্ডাৰত প্ৰৱেশ কৰে তেন্তে সেয়া এক উল্লেখযোগ্য ঘটনা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ndiaUSDefencedeals
Share4Tweet3Send

Related Posts

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ
National-International

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

by News Desk
August 29, 2026
50
Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ
National-International

Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ

by News Desk
August 29, 2026
50
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

by News Desk
August 28, 2026
54
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

by News Desk
August 28, 2026
56
Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে
National-International

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

by News Desk
August 28, 2026
51
Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক
National-International

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

by News Desk
August 28, 2026
53
ADVERTISEMENT
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
Assam

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

August 29, 2026
50
India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ
National-International

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

August 29, 2026
50
Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ
National-International

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

August 29, 2026
50
Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ
National-International

Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ

August 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

August 29, 2026
India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

August 29, 2026
Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

August 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d