ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

নিউজ ডেস্কঃ

News Desk by News Desk
August 28, 2026
Reading Time: 1 min read
A A
0
Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

RELATED POSTS

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

New Logo Smal 3 | ASSAM TIMES POST

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী (RSS Head) মোহন ভাগৱত (Mohan Bhagawat)ৰ নিউয়ৰ্কৰ (NewYork) অনুষ্ঠান আয়োজন কৰা সংস্থা আমেৰিকান হিন্দুছ ফৰ এংগেজমেণ্ট এণ্ড ডাইলগৰ (AHEAD) ব্লক কৰা এক্স হেণ্ডেল বৃহস্পতিবাৰে পুনৰুদ্ধাৰ (Ex handle recovered on Thursday) কৰা হয়। সংস্থাটোৱে দাবী কৰিছিল যে বিৰোধীয়ে অসৎ উদ্দেশ্যত এক্সৰ এলগৰিডিমক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ এক্স হেণ্ডেলক ‘বট’ (এবিধ বিশেষ ছফ্টৱেৰ বা প্ৰ’গ্ৰেম যিয়ে মানুহৰ হস্তক্ষেপ অবিহনে ইণ্টাৰনেটত স্বয়ংক্ৰিয়ভাৱে কিছুমান কাম কৰিব পাৰে) ব্যৱহাৰ কৰি ব্লক কৰিছিল।

উল্লেখ্য যে শনিবাৰে (২৯ আগষ্ট) নিউয়ৰ্কৰ মানহাটানত ভাগৱতৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। মেডিচন স্কোৱাৰ গাৰ্ডেনত অনুষ্ঠিত হ’বলগা এই অনুষ্ঠানৰ নাম ‘ইউনিভাৰ্চেল ৱাননেছ চেলিব্ৰেচন’। ইতিমধ্যে ভাগৱতৰ বৈঠকক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। নিউয়ৰ্কৰ ভাৰতীয় মূলৰ মেয়ৰ জোহৰাব মামদানীয়ে বুধবাৰে ৰাজহুৱাভাৱে উল্লেখ কৰিছিল যে তেওঁৰ স্বয়ংসেৱক সংঘৰ অনুষ্ঠানৰ আয়োজনত আপত্তি আছে। অৱশ্যে মামদানীয়ে কয় যে নিউয়ৰ্ক চহৰ প্ৰশাসনৰ এই অনুষ্ঠান বাতিল কৰাৰ কৰ্তৃত্ব নাই।

rss1 1 | ASSAM TIMES POST
নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

১৯২৫ চনত গঠন হোৱা আৰ এছ এছৰ শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচী চলি আছে। ইয়াৰ অংশ হিচাপে ভাগৱতে বিদেশতো বিভিন্ন সভাত ভাষণ দিব। এই কাৰ্যসূচীৰ বাবে মঙলবাৰে তেওঁ নিউয়ৰ্কত উপস্থিত হয়। আমেৰিকাৰ উপৰি তেওঁৰ কানাডা আৰু ব্ৰিটেইনতো সংঘৰ শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচী আছে। বিভিন্ন দেশত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ উদ্যোগত এই কাৰ্যসূচী আয়োজন কৰা হৈছে।

এই পৰিস্থিতিত বৃহস্পতিবাৰে ইণ্টাৰনেটত ‘এহেড’ৰ এক্স হেণ্ডেল অস্থায়ীভাৱে ব্লক কৰাক লৈ বিতৰ্ক বিয়পি পৰে। কিন্তু দ্ৰুতগতিত পুনৰুদ্ধাৰ হোৱাৰ লগে লগে ভাগৱতৰ কাৰ্যসূচী আয়োজন কৰা সংস্থাটোৱে এক্সৰ গ্ৰাহক সেৱা আৰু সহায়ক দল ‘এক্স ছাপ’ৰ্ট’ক ধন্যবাদ জনায়। ইয়াৰ লগতে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ সতৰ্কবাণী, “আমাৰ বিৰোধীসকল এতিয়াও সক্ৰিয়।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MohanBhagawat
Share4Tweet3Send

Related Posts

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে
National-International

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

by News Desk
August 28, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
51
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

by News Desk
August 27, 2026
51
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

by News Desk
August 27, 2026
51
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
54
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
ADVERTISEMENT
Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

August 28, 2026
50
Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে
National-International

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

August 28, 2026
50
Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক
National-International

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

August 28, 2026
50
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

August 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

August 28, 2026
Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

August 28, 2026
Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

August 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d