ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

নিউজ ডেস্কঃ

News Desk by News Desk
October 20, 2026
Reading Time: 1 min read
A A
0
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

RELATED POSTS

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

New Logo Smal | ASSAM TIMES POST

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুৰব্বী মোহন ভাগৱতে (Mohan Bhagawat) ভাৰতত অশুভ শক্তিয়ে শাসন ব্যৱস্থাৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে। অৱশ্যে এই প্ৰচেষ্টা সফল নহ’ব বুলিও তেওঁ দাবী কৰিছে। ভাগৱতে কয়, “এনেকুৱা (শাসন ব্যৱস্থা পৰিৱৰ্তন) আগতে হোৱা নাই। ভৱিষ্যতেও নহ’ব।”

মহাৰাষ্ট্ৰৰ নাগপুৰত আৰএছএছৰ বিজয়াদশমী উদযাপন উপলক্ষে দিয়া ভাষণত আৰএছএছৰ মুৰব্বীগৰাকীয়ে অভিযোগ কৰে যে অশুভ শক্তিসমূহে ভাৰতৰ অগ্ৰগতি ৰোধ কৰিব নোৱাৰি দেশ ভাঙিবলৈ চেষ্টা কৰিছে। ভাগৱতে কয়, “ভাৰত তেওঁলোকৰ লক্ষ্য। কাৰণ ভাৰত প্ৰগতিৰ পথত আগবাঢ়িছে। এই সকলো অশুভ শক্তিয়ে জানে যে যোৱা কেইটামান দশক ধৰি ভাৰতে যিদৰে গুৰুত্বপূৰ্ণ নীতিৰে আগবাঢ়ি আহিছে, সেইদৰে এই প্ৰগতি বিঘ্নিত কৰিব নোৱাৰিব। সেইবাবেই তেওঁলোকে ভাৰত আৰু সংঘক ভাঙি পেলাবলৈ চেষ্টা কৰিছে।”

ভাৰতত অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি ভাগৱতে আন দেশৰ উদাহৰণো উল্লেখ কৰে। তেওঁ দাবী কৰে যে বিশ্বৰ বহু শক্তিয়ে ভাৰতৰ পৰাজয় বিচাৰে। অৱশ্যে তেওঁ বিশেষভাৱে কাৰো নাম উল্লেখ কৰা নাই। শেহতীয়াকৈ ফ্ৰান্স, নেপাল আৰু বাংলাদেশত চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদৰ উদ্ধৃতি দি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয়, “পশ্চিমৰ পৰা এজাক ধুমুহা আহি আছে, যিয়ে সংস্কৃতি, পৰম্পৰাগত ব্যৱস্থা আৰু নিৰাপত্তাক ঘৃণা কৰে। এই ধুমুহাই ধ্বংস বিচাৰে।” ভাগৱতে দাবী কৰে যে বিশ্বৰ বিভিন্ন দেশত একাংশ লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনে ‘অৰাজকতা’ সৃষ্টি কৰিছে।

mohan | ASSAM TIMES POST
বিজয়াদশমী উদযাপনত মোহন ভাগৱত

ভাগৱতে লগতে কয় যে আসুৰিক শক্তিয়ে ভাৰত, হিন্দু আৰু সংঘক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। সেই অনুসৰি কাম কৰি আছে। সংঘৰ মুৰব্বীগৰাকীয়ে লগতে দাবী কৰে যে ক্ষমতা দখল কৰাৰ ইচ্ছা আৰু জ্ঞানৰ অভাৱত দুই-এজন অভিলাষী নেতা ইয়াৰ লগত জড়িত হৈ আছে। অৱশ্যে গণতন্ত্ৰত আন্দোলনৰ প্ৰয়োজনীয়তাও ভাগৱতে স্বীকাৰ কৰে। তেওঁ কয়, “সমস্যা হ’লে নিশ্চয় আন্দোলন হ’ব। গণতন্ত্ৰত আন্দোলন হ’ব। কিন্তু ইয়াৰ জৰিয়তে সমাধান বিচাৰিব লাগে। আন্দোলনৰ লক্ষ্য সমাধান বিচাৰি উলিওৱা।”

বিগত কিছুদিন ধৰি দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত এছআইআৰ প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন কৰি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত প্ৰতিবাদ অব্যাহত আছে। এফালে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ দলসমূহে, আনফালে ককৰোচ জনতা পাৰ্টী আৰু বিভিন্ন ছাত্ৰ সংগঠনে ‘ভোট চুৰি’ৰ অভিযোগত আয়োগ আৰু শাসকীয় বিজেপিক লক্ষ্য কৰি লৈছে। এই পৰিবেশত মোহন ভাগৱতৰ মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MohanBhagawat
Share4Tweet3Send

Related Posts

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

by News Desk
October 20, 2026
50
Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ
National-International

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

by News Desk
October 19, 2026
51
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ
National-International

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

by News Desk
October 19, 2026
51
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮
National-International

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

by News Desk
October 19, 2026
51
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses
National-International

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

by ASSAM TIMES POST
October 18, 2026
50
Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী
National-International

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

by News Desk
October 16, 2026
53
ADVERTISEMENT
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত
National-International

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

October 20, 2026
50
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
50
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

October 20, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

October 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

October 20, 2026
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

October 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d