ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
August 31, 2026
Reading Time: 1 min read
A A
0
Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

RELATED POSTS

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized

New Logo Smal 4 | ASSAM TIMES POST

দেওবাৰে নিশা ক্ষেত্ৰীৰ ওচৰৰ নলগেদ্ৰাত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ট্ৰেভেলাৰ আৰু মালবাহী ট্ৰাকৰ মাজৰ দুৰ্ঘটনাত মৃত্যুৰ (Death in an accident between a traveler and a cargo truck) সংখ্যা ৭ জনলৈ বৃদ্ধি (death toll rises to 7) পাইছে। আনহাতে, ৬ জন লোক এতিয়াও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে ভিতৰত দুজন লোকৰ অৱস্থা সংকটজনক বুলি জিএমচিএইচ কৰ্তৃপক্ষই জনাইছে। উল্লেখ্য যে এই দুৰ্ঘটনাত চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজন লোকৰ জিএমচিএইচত মৃত্যু হয়।

sona1 | ASSAM TIMES POST
সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

আনহাতে, গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অণিমা ডেকা বৰদলৈ নামৰ মহিলাগৰাকীৰ সোমবাৰে পুৱা মৃত্যু হয়। নিহত ৭ গৰাকী লোকৰ ভিতৰত ছয়গৰাকীক ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁলোক হৈছে গোপাল দাস (জাগীৰোড), ইদ্ৰিছ আলী (উলুবাৰী), ঈশান আলী (সোণাপুৰ), তৌফিকুল আলী (কাঁহিকুছি), অণিমা ডেকা বৰদলৈ (লাহৰিঘাট) আৰু জ্যোতিকা ৰংহাং (কামৰূপ মহানগৰ)। আহতকেইগৰাকী হৈছে জাহিদুল ইছলাম, দীপজ্যোতি নাথ, জিয়াৰুল ইছলাম, অসীম কোচ, ৰঞ্জন মণ্ডল আৰু এজন অচিনাক্ত ব্যক্তি। ইয়াৰে ভিতৰত দীপজ্যোতি নাথ আৰু অচিনাক্ত ব্যক্তিজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে।

উল্লেখ্য যে দেওবাৰে নিশা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ (পঞ্জীয়ন নং AS01-HC-0716) ২৭নং ঘাইপথৰ এটা প্ৰকাণ্ড গাঁতত পৰি নিয়ন্ত্ৰণহীন হেৰুৱাই ডিভাইডাৰৰ ওপৰেৰে ওফৰি গৈ বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকত (পঞ্জীয়ন নং AS07-BC-4271) প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়৷ ইয়াৰ পিছত ঘটনাস্থলীত স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুৰ্ঘটনাটোত ট্ৰেভেলাৰখনত থকা যাত্ৰীসকল গুৰুতৰভাৱে হোৱাৰ লগতে চাৰিজনৰ ঘটনাস্থলীতে মৃত্যু হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে যাত্ৰীসকলক উদ্ধাৰ কৰি নিহত আৰু আহতসকলক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sonapuraccident
Share4Tweet3Send

Related Posts

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

by News Desk
August 31, 2026
50
Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক
Assam

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

by News Desk
August 31, 2026
50
Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized
Assam

Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized

by News Desk
August 31, 2026
50
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
Assam

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

by News Desk
August 29, 2026
59
Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost
Assam

Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost

by News Desk
August 29, 2026
53
Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d