ASSAM TIMES POST
নিউজ ডেস্ক: ৰঙৰ উৎসৱ ফাকুৱা লগত সংগতি ৰাখি দৌল যাত্ৰা উপলক্ষে কামৰূপ মহানগৰ জিলাত ১০মার্চত স্থানীয় বন্ধ ঘোষণা।কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিলে এক বিবৃতি জৰিয়তে ঘোষণা কৰিলে এই কথা।উল্লেখ যে প্ৰশাসনে জাৰি কৰা বিজ্ঞপ্তিতোত উল্লেখ কৰা হৈছে এন আই এক্টৰ অধীনত জাৰি কৰা হৈছে এই বন্ধ।উক্ত বন্ধৰ সময়ছোৱাত সকলো শিক্ষানুষ্ঠান, চৰকাৰী কার্যালয় আৰু বেংক প্ৰতিষ্ঠান বন্ধ থাকিব।













