ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Cachar miracle incident : কাছাৰৰ কালাইনত ৰহস্যজনক ঘটনা, পুখুৰীত ৰহস্যময় পোহৰক লৈ চাঞ্চল্য

নিউজ ডেস্কঃ

News Desk by News Desk
September 18, 2026
Reading Time: 1 min read
A A
0
Cachar miracle incident : কাছাৰৰ কালাইনত ৰহস্যজনক ঘটনা, পুখুৰীত ৰহস্যময় পোহৰক লৈ চাঞ্চল্য

RELATED POSTS

Chirang : চিৰাঙৰ চম্পাৱতী নৈৰ মথাউৰি ভাঙি প্লাবিত প্ৰায় ১১ খন গাঁও

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

New Logo Smal 1 | ASSAM TIMES POST

কাছাৰত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। কাছাৰৰ কালাইন ব্ৰাহ্মণগ্ৰামত সংঘটিত হৈছে এই ঘটনা। অঞ্চলটোত নিশা এটা পুখুৰীৰ পানীত ৰহস্যময় পোহৰ দেখা যায়। ইয়াকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় একাংশ লোকে পুখুৰীৰ পানীৰ তলত পোহৰ প্ৰত্যক্ষ কৰে। কোনো জ্বলি থকা উৎসৰ পৰা এই পোহৰ নিৰ্গত হোৱা প্ৰত্যক্ষ কৰাৰ পাছতে ঘটনাস্থলীত শতাধিক লোকে ভিৰ কৰে। আনহাতে, কোনো বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পানীত পৰাত সেই বাহনৰ লাইট জ্বলি থকা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰে। সেই দুৰ্ঘটনাগ্ৰস্ত বাহনৰে হেডলাইট জ্বলি থকা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পিছতে ঘটনাটোৰ বিষয়ে আৰক্ষীক খবৰ দিয়া হয়। এই খবৰ লাভ কৰাৰ পিছত আৰক্ষী আৰু এছডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

cachar | ASSAM TIMES POST
কাছাৰৰ কালাইনত ৰহস্যজনক ঘটনা, পুখুৰীত ৰহস্যময় পোহৰক লৈ চাঞ্চল্য

ইয়াৰ পিছত এছডিআৰএফৰ জোৱানে পুখুৰীত নামি পোহৰৰ উৎসৰ সন্ধান চলায়। কিছু সময় পিছতে এছডিআৰএফে এই পোহৰৰ উৎসৰ সন্ধান লাভ কৰে। অৱশ্যে সেয়া কোনো দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ লাইটৰ পোহৰ বা কোনো অলৌকিক বস্তু নাছিল। পুখুৰীৰ পানীৰ তলৰ পৰা উদ্ধাৰ হয় এটা জ্বলন্ত টৰ্চলাইটহে। অৱশেষত টৰ্চ লাইটটো উদ্ধাৰ হোৱাৰ পাছত ৰহস্যময় পোহৰক লৈ সৃষ্টি হোৱা কৌতূহলৰ অৱসান ঘটে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Chirang : চিৰাঙৰ চম্পাৱতী নৈৰ মথাউৰি ভাঙি প্লাবিত প্ৰায় ১১ খন গাঁও
Assam

Chirang : চিৰাঙৰ চম্পাৱতী নৈৰ মথাউৰি ভাঙি প্লাবিত প্ৰায় ১১ খন গাঁও

by News Desk
September 18, 2026
50
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক
Assam

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

by ASSAM TIMES POST
September 17, 2026
53

52
Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী
Assam

Child Marriage : লামডিঙত বাল্যবিবাহৰ ঘটনা, ৫ মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী

by ASSAM TIMES POST
September 17, 2026
56
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

by News Desk
September 16, 2026
59
Sonapur Protests 400kV Line : Residents Warn of Wider Unrest
Assam

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

by News Desk
September 15, 2026
52
ADVERTISEMENT
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026
50
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

September 18, 2026
50
Chirang : চিৰাঙৰ চম্পাৱতী নৈৰ মথাউৰি ভাঙি প্লাবিত প্ৰায় ১১ খন গাঁও
Assam

Chirang : চিৰাঙৰ চম্পাৱতী নৈৰ মথাউৰি ভাঙি প্লাবিত প্ৰায় ১১ খন গাঁও

September 18, 2026
50
Diphu Fire Breaking : ডিফুত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও বাসগৃহ
DIPHU

Diphu Fire Breaking : ডিফুত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও বাসগৃহ

September 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

September 18, 2026
Chirang : চিৰাঙৰ চম্পাৱতী নৈৰ মথাউৰি ভাঙি প্লাবিত প্ৰায় ১১ খন গাঁও

Chirang : চিৰাঙৰ চম্পাৱতী নৈৰ মথাউৰি ভাঙি প্লাবিত প্ৰায় ১১ খন গাঁও

September 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d