
MBBS-ৰ ছাত্ৰ, চিকিৎসকক স্থানীয় যুৱকৰ দলে আক্ৰমণ কৰাৰ অভিযোগ। MBBS তৃতীয় বৰ্ষৰ তিনিগৰাকী ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ। ঘটনাত আহত ডাঃ ধীৰাজ পেগু নামৰ এজন চিকিৎসক। ন্যায় বিচাৰি JMCHৰ সন্মুখলৈ ওলাই আহিল হোষ্টেলৰ শিক্ষাৰ্থী। ঘটনাস্থলীৰ পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন।











