ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত মটৰ চালক আৰু শ্ৰমিক সকলৰ বিভিন্ন সমস্যাকলৈ সভা সম্পন্ন

ASSAM TIMES POST by ASSAM TIMES POST
March 8, 2020
Reading Time: 1 min read
A A
0
গুৱাহাটীৰ আইএছবিটিত কেএলঅত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক:

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

ডিফু : কাৰবি আংলঙৰ অসংগঠিত খণ্ডৰ মটৰ চালক আৰু শ্ৰমিক সকলৰ বিভিন্ন সমস্যাক লৈ ডিফুত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ ডিফু শিৱবাৰী শ্মশানঘাট পথৰ কাষত কাৰবি আংলং মটৰ শ্ৰমিক সন্থাৰ সভাপতি আব্দুল নুৰৰ পৌৰুহিত্যত ডিফুৰ ট্ৰাক চালক আৰু শ্ৰমিক সকলকলৈ অনুষ্ঠিত সভাখনৰ উদ্যেশ্য বাখ্যা কৰে কাৰ্যালয় সম্পাদক ছাইদুল ইছলামে ৷

WhatsApp Image 2020 03 08 at 7.27.01 PM | ASSAM TIMES POST

সভাত সন্থাৰ জিলা সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে অসংগঠিত মটৰ চালক আৰু শ্ৰমিক সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰিও বিভিন্ন সা-সামগ্ৰীলৈ দূৰ্গম পথেৰে যাতায়ত কৰাৰ পিছতো ন্যুনতম দৰমহাৰে সন্তুষ্ট থাকিব লগীয়া হোৱাৰ লগতে চৰকাৰৰ কল্যাণমূলক আঁচনিৰ পৰা বঞ্চিত হব লগীয়া হয় ৷

2f3e207b 1267 441b aa3f f96aa0d9fd4d | ASSAM TIMES POST

ইয়াৰোপৰি মটৰ আইনৰ কঠোৰ আইনৰ ৰোষতো পৰি আৰ্থিক ভাবে হাৰাশাস্তি খাব লগীয়া হয় ৷ মটৰ চালক আৰু শ্ৰমিক সকলে একেটা মঞ্চৰ পৰা ঐক্যবদ্ধভাবে আগুৱাই গলে হয়তো তেওলোকৰ কথাও চৰকাৰে শুনিবলৈ বাধ্য হব ৷ এই সন্দৰ্ভত ৰাজ্যিক মটৰ শ্ৰমিকৰ সভাতো চৰ্চা কৰা হব বুলি কয় ৷

মটৰ চালক আৰু শ্ৰমিক সকলৰ সন্থাৰ পৰিচয় পত্ৰ আৰু জীৱনবীমা কৰাই লবলৈ আহ্বান জনায় সন্থাৰ সভাপতি আব্দুল নুৰে ৷ ইয়াৰোপৰি সভাত মটৰ চালক আৰু শ্ৰমিক সকলৰ পাৰিশ্ৰমিক আৰু বিভাগীয় উপযুক্ত নথি- পত্ৰলৈহে বাহন চলাবলৈ আহ্বান জনায় নেতাদ্বয়ে ৷ আজিৰ সভাত সন্থাৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু সমাজকৰ্মী আৰু বাহন মালিক ৰূপছিং তিছ’ মটৰ শ্ৰমিক আৰু চালক সকলৰ সৈতে সদায় সহযোগিতা আগবঢ়াই যোৱাৰ আশ্বাস দিয়ে ৷

Tags: featured3
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
ADVERTISEMENT
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

July 5, 2026
50
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

July 5, 2026
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx