ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ফেচবুক গ্ৰুপ ’আজিৰ দিনটোৰ প্ৰথম খবৰটো’ৰ উদ্যোগত কুইজ প্ৰতিযোগিতা সম্পন্ন

ASSAM TIMES POST by ASSAM TIMES POST
July 31, 2019
Reading Time: 1 min read
A A
0
ফেচবুক গ্ৰুপ ’আজিৰ দিনটোৰ প্ৰথম খবৰটো’ৰ উদ্যোগত কুইজ প্ৰতিযোগিতা সম্পন্ন

assam times post 2 | ASSAM TIMES POSTগোলাঘাটঃ অসমৰ জনপ্ৰিয় ফেচবুক গ্ৰুপ ’আজিৰ দিনটোৰ প্ৰথম খবৰটো’ৰ উদ্যোগত যোৱা ১ জুলাই পৰা অনুষ্ঠিত সদৌ অসম ভিত্তিত ’অনলাইন কুইজ প্ৰতিযোগিতা’ যোৱা ৩০ জুলাইত সুকলমে প্ৰথম পৰ্যায়টোৰ সামৰণি পৰে।

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

সম্পূৰ্ণ এমাহজোৰা প্ৰচেষ্টাত অসমৰ বিভিন্ন ঠাইৰ সৰ্বমুঠ ৩১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ ’টপ-১০’লৈ নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলৰ ভিতৰত চূড়ান্ত পৰ্যায়ত কেৱল তিনিগৰাকীক বিজয়ী ঘোষণা কৰাৰ লগতে উদগনিমূলক হিচাপে সাতগৰাকীক পুৰস্কৃত কৰা হয়।

প্ৰতিযোগিতাত কামৰূপৰ ঋতু ৰাজ দত্তই প্ৰথম, কামৰূপৰ তুলেন লহকৰে দ্বিতীয় আৰু বাক্সাৰ ভাস্কৰজ্যোতি ডেকাই তৃতীয় স্থান লাভ কৰে৷ আনহাতে প্ৰতিযোগিতাত উদ্‌গনিমূলক পুৰস্কাৰ লাভ কৰে ক্ৰমে শিৱসাগৰৰ সঞ্জীৱ গগৈ, গোলাঘাটৰ নিলিম গোলাপ নিয়ৰ, গোলাঘাট কমাৰবন্ধাৰ কুমকুম বৰা, শিৱসাগৰৰ গীতাঞ্জলী শইকীয়া, শিৱসাগৰৰ নমিতা ৰাজখোৱা, গোলাঘাটৰ গীতুমনি বৰা পূজাশ্ৰী আৰু লক্ষীমপুৰৰ লক্ষ্যজিত শইকীয়া।

গ্ৰুপৰ প্ৰশাসক মৃণাল শইকীয়াৰ পৰা জানিব পৰা মতে, প্ৰতি মাহেই অনুষ্ঠিত হ’বলগীয়া অনলাইনত কুইজ প্ৰতিযোগিতাখনিত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। লগতে গ্ৰুপৰ উত্তৰণ দিশত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱা পৰিচালনা সমিতিৰ সভাপতি অৰুণ কোঁৱৰ, সম্পাদিকা বিনীতা গগৈ, সাংস্কৃতিক সম্পাদক অনুভৱ প্ৰিয়ম বিদ্যান আৰু সমূহ সদস্য-সদস্যাৰ শলাগ লয়। শেষত, গ্ৰুপৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰতিজনকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

July 4, 2026
50
PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

July 4, 2026
50
Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

July 4, 2026
PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

July 4, 2026
Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx