ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

নিউজ ডেস্কঃ

News Desk by News Desk
October 30, 2026
Reading Time: 1 min read
A A
0
Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

RELATED POSTS

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

New Logo Smal 1 | ASSAM TIMES POST

গ্ৰেটাৰ নয়ডাত ২৪ মহলাৰ পৰা পৰি মৃত্যু হয় পিতৃ-পুত্ৰৰ। শুকুৰবাৰে পুৱা গ্ৰেটাৰ নয়ডা পশ্চিমৰ ২নং গৌৰ চহৰত সংঘটিত হয় এই ঘটনা। নিহত দুজন হৈছে ৰদীপ পাত্ৰ (৪০) আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰ আৰব। আৰক্ষীয়ে জনোৱা মতে, দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। ৰণদীপৰ পত্নীয়ে দাবী কৰে যে তেওঁলোকে পুৱা খাতুশ্যাম মন্দিৰলৈ যাবলৈ সাজু হৈছিল। পূজাৰ বাবে ফুল আনিবলৈ বেলকনিলৈ গৈছিল ৰণদীপ আৰু আৰব। বৰষুণৰ বাবে বেলকনিখন তিতি আছিল। প্ৰথমে সন্দেহ কৰা হৈছে যে দুয়োজনে ফুল ছিঙি থাকোঁতে পিছলি পৰি যায়।

noi | ASSAM TIMES POST
গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু

প্ৰাথমিক তদন্তৰ সময়ত আৰবৰ ভৰিখন প্ৰথমে পিছলি যোৱা বুলি আৰক্ষীয়ে জানিব পাৰে। বেলকনিৰ গ্ৰীলত ওলমি আছিল তেওঁ। তাৰ পৰা পুত্ৰক তুলিবলৈ চেষ্টা কৰি থাকোঁতে ৰণদীপে চম্ভালিব নোৱাৰিলে। ফলত দুয়োজনেই তললৈ পৰি যায়। অৱশ্যে প্ৰথম অৱস্থাত দুৰ্ঘটনা বুলি ধাৰণা কৰা হৈছে যদিও আন সম্ভাৱনাৰ তদন্তও চলি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কিছুদিন পূৰ্বে গ্ৰেটাৰ নয়ডাৰ চেঞ্চুৰিয়ান পাৰ্ক ট্ৰপিকেল গাৰ্ডেন ছ’চাইটীৰ ২২ নং মহলাৰ পৰা পৰি এজন যুৱকৰ মৃত্যু হৈছিল। পত্নীৰ লগত কাজিয়া নহ’বলৈ তেওঁ বেলকনিলৈ যায়। তলৰ মহলালৈ নামিবলৈ চেষ্টা কৰি থাকোঁতে হাতখন পিছলি যায়। ২২নং মহলাৰ পৰা পৰি হৰ্ষিত লাভানিয়া গুৰুতৰভাৱে আহত হয়। পিছথ তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

by News Desk
October 31, 2026
50
Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

by News Desk
October 31, 2026
50
Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান
National-International

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

by News Desk
October 31, 2026
50
ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ
National-International

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

by News Desk
October 31, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

by News Desk
October 30, 2026
51
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

by News Desk
October 30, 2026
51
ADVERTISEMENT
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
50
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

October 31, 2026
50
Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক
Guwahati

Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d