ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বিআংলং জিলা আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী লালুং ডুবিত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ।তীব্ৰবেগী ট্ৰাক আৰু বাইকৰ মূখা-মুখী সংঘৰ্ষ ত থিতাতে মৃত্যু হয় ৰাজু চৌহান নামৰ বাইক আৰোহী।চৌহানৰ ঘৰ খেৰনী থানাৰ অন্তৰ্গত মাইলুত বুলি জানিব পৰা গৈছে ।


দূৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 AC 8527 আনহাতে বাইক খনৰ নম্বৰ হৈছে AS 02 N7795













