ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mohan Bhagawat I পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিল, প্ৰাচীন প্ৰথাৰ বৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত

News Desk by News Desk
November 13, 2026
Reading Time: 1 min read
A A
0
RSS Chief Mohan Bhagawat : এইবাৰ প্ৰধানমন্ত্ৰীৰ দৰে নিৰাপত্তাৰক্ষী লাভ কৰিব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে

RELATED POSTS

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

Sonam wangshuk I মানুহক উচটনি দিয়াৰ চেষ্টা, সোণম ৱাংচুকৰ গতিবিধিত ৬০ দিনৰ নিষেধাজ্ঞা

Arvind Kejriwal I ৭ কোটি নিদিলে কেজৰিৱালৰ পৰিয়ালক হত্যাৰ ভাবুকি

New Logo Smal 1 | ASSAM TIMES POST

কালী পূজা আৰু দীপাৱলীৰ সময়ত ফটকা ফুটোৱাক লৈ দেশৰ বিভিন্ন প্ৰান্তত সমালোচনাৰ সন্মুখীন হৈছে। দিল্লী, মুম্বাইৰ দৰে চহৰত বৃদ্ধি পাইছে প্ৰদূষণ। ইফালে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে (Mohan Bhagawat) এই উৎসৱৰ প্ৰাচীন ৰীতি-নীতিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে আগতে ফটকা ব্যৱহাৰ কৰি পৰিৱেশ বিশুদ্ধ কৰা হৈছিল। কোনো প্ৰদূষণ নাছিল। এনে প্ৰাচীন ৰীতি-নীতিৰ আঁৰত এক নিৰ্দিষ্ট বৈজ্ঞানিক যুক্তি আছে বুলিও ভাগৱতে দাবী কৰে। বুধবাৰে নাগপুৰত অনুষ্ঠিত ‘দীপাৱলী মিলন উৎসৱ’ত অংশগ্ৰহণ কৰে সংঘৰ মুৰব্বীগৰাকীয়ে। তাত তেওঁ কয় যে আগতে ফটকা বনাবলৈ যি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল, সেই ধৰণৰ সামগ্ৰী এতিয়া ব্যৱহাৰ নহয়। সেই উপাদানবোৰে কীটনাশকৰ দৰে কাম কৰিছিল। বায়ু বিশুদ্ধ কৰিছিল।
Mohan Bhagawat I
পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিল, প্ৰাচীন প্ৰথাৰ বৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত:

সেই সময়ৰ সমাজত ফটকাৰ বিকল্প নাছিল। ভাগৱতে কয়, “এতিয়া ফটকা বনাবলৈ যিধৰণৰ ৰাসায়নিক উপাদান ব্যৱহাৰ কৰা হয়, সেই ধৰণৰ উপাদান আগতে ব্যৱহাৰ কৰা হোৱা নাছিল। আগতে ফটকাৰ পৰা ওলোৱা ধোঁৱাই বহুতো ক্ষতিকাৰক পোক-পৰুৱা মাৰিছিল। বিশেষকৈ এই শস্য চপোৱাৰ বতৰত ফটকা বিশেষভাৱে ফলপ্ৰসূ আছিল। ইয়াৰ জৰিয়তে পৰিৱেশ বিশুদ্ধ হৈছিল।” ভাগৱতে কালী পূজাত চাকি জ্বলোৱাৰ প্ৰথাৰ আঁৰৰ যুক্তিও আগবঢ়ায়। তেওঁ কয় যে যেতিয়া ঘিঁউ আৰু তেলেৰে চাকি জ্বলোৱা হয়, ই পৰিৱেশত এক বিশেষ ধৰণৰ বায়ুৰ স্তৰ সৃষ্টি কৰে। ইয়াৰ আঁৰতো বিজ্ঞান আছে।

সংঘ প্ৰধানে পৰম্পৰাগত ৰীতি-নীতিৰ প্ৰকৃত তাৎপৰ্য বুজি উৎসৱ উদযাপনৰ বাবে অনুৰোধ জনায়। ইয়াৰ পৰা মানুহ আৰু পৰিৱেশ উভয়েই উপকৃত হ’ব বুলিও তেওঁ কয়। অৱশ্যে ভাগৱতে উৎসৱ আৰু উদযাপনক সমাজৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰে। বিৰোধিতা সত্ত্বেও ৰৈ নাথাকিব। তেওঁ কয়, “উৎসৱে সমাজখনক শক্তিশালী কৰে। যিমানেই চেষ্টা নকৰক কিয়, বন্ধ নহ’ব। আমি মাত্ৰ সঠিক মনোভাৱেৰে উৎসৱটো উদযাপন কৰিব লাগিব। সেয়া গুৰুত্বপূৰ্ণ।”

উল্লেখ্য যে কালী পূজা আৰু দীপাৱলী উপলক্ষে কোলাহলৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। আদালতে কয় যে পৰিৱেশ অনুকূল ফটকা জ্বলাব লাগে। কিন্তু নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই দেশৰ বিভিন্ন প্ৰান্তত আতচবাজী বিস্ফোৰণ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ফলত দিল্লীকে ধৰি বিভিন্ন চহৰৰ বায়ুৰ গুণাগুণৰ অৱনতি ঘটিছে। ইফালে কালী পূজা উদ্বোধন কৰি বিধায়ক পপিয়া অধিকাৰীয়ে ফটকা ফুটালে ৰোগ নিৰাময় হয় বুলি দাবী কৰে। ইয়াৰ ফলত আলোড়নৰ সৃষ্টি হয়। এইবাৰ আৰএছএছৰ মুৰব্বী ভাগৱতে নিজেই বুজাই দিলে দীপাৱলীত ফটকা ফুটোৱাৰ পৰম্পৰাৰ আঁৰৰ বৈজ্ঞানিক কাৰণ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিলপ্ৰাচীন প্ৰথাৰবৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত
Share4Tweet3Send

Related Posts

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ
National-International

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

by News Desk
November 13, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam wangshuk I মানুহক উচটনি দিয়াৰ চেষ্টা, সোণম ৱাংচুকৰ গতিবিধিত ৬০ দিনৰ নিষেধাজ্ঞা

by News Desk
November 13, 2026
50
Arvind Kejriwal I আপৰ ৭ বিধায়কক ক্ৰয় কৰিবলৈ ২৫ কোটিৰ প্ৰলোভন বিজেপিৰ, অভিযোগ কেজৰীৱালৰ
National-International

Arvind Kejriwal I ৭ কোটি নিদিলে কেজৰিৱালৰ পৰিয়ালক হত্যাৰ ভাবুকি

by News Desk
November 12, 2026
50
JK terrorist attack I বুধবাৰে নিৰুদ্দেশ হোৱা দুই আৰক্ষী বিষয়াৰ গুলীবিদ্ধ মৃতদেহ জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ বনাঞ্চলত উদ্ধাৰ
National-International

JK terrorist attack I বুধবাৰে নিৰুদ্দেশ হোৱা দুই আৰক্ষী বিষয়াৰ গুলীবিদ্ধ মৃতদেহ জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ বনাঞ্চলত উদ্ধাৰ

by News Desk
November 12, 2026
50
Strait of Hormuz I হৰমুজ প্ৰণালীত পুনৰ জাহাজ আক্ৰমণ, আছিল তিনি ভাৰতীয়
National-International

Strait of Hormuz I হৰমুজ প্ৰণালীত পুনৰ জাহাজ আক্ৰমণ, আছিল তিনি ভাৰতীয়

by News Desk
November 12, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
National-International

JK terrorist attack I কুলগামত আক্ৰমণৰ দিনাই কিষ্টৱাৰ জংঘলত নিৰুদ্দেশ দুই আৰক্ষী বিষয়া

by News Desk
November 12, 2026
50
ADVERTISEMENT
Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road
Assam

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

November 13, 2026
50
PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ
National-International

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

November 13, 2026
50
RSS Chief Mohan Bhagawat : এইবাৰ প্ৰধানমন্ত্ৰীৰ দৰে নিৰাপত্তাৰক্ষী লাভ কৰিব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে
National-International

Mohan Bhagawat I পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিল, প্ৰাচীন প্ৰথাৰ বৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত

November 13, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam wangshuk I মানুহক উচটনি দিয়াৰ চেষ্টা, সোণম ৱাংচুকৰ গতিবিধিত ৬০ দিনৰ নিষেধাজ্ঞা

November 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

November 13, 2026
PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

November 13, 2026
RSS Chief Mohan Bhagawat : এইবাৰ প্ৰধানমন্ত্ৰীৰ দৰে নিৰাপত্তাৰক্ষী লাভ কৰিব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে

Mohan Bhagawat I পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিল, প্ৰাচীন প্ৰথাৰ বৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত

November 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d