ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

News Desk by News Desk
November 13, 2026
Reading Time: 1 min read
A A
0
Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road

RELATED POSTS

Road accident I ঢকুৱাখনাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাত নিহত ২ যুৱক, আহত ৩

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা

Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers

New Logo Smal 1 | ASSAM TIMES POST

কাজিৰঙাত শুকুৰবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Kaziranga Accident)। এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৰঙাজানত। যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হোৱা ট্ৰেভেলাৰখনত প্ৰায় ৩৫ জন যাত্ৰী আছিল। ট্ৰেভেলাৰখন নগাঁও অভিমুখে আহি আছিল। আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ কঁহৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

Kaziranga accident I
কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু:

ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী তথা প্ৰশাসনৰ লোক। মন্ত্ৰী অতুল বৰাও উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে। ইফালে ৭ জনতকৈ অধিক লোক ট্ৰেভেলাৰখনত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। যাত্ৰীবাহী ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে এএছ-০২-এচি-৬৬৯০। আনহাতে, ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হৈছে কেএ-০১-এ টি-০৯৭৭।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত১০ জনতকৈ অধিক লোকৰ মৃত্যু
Share4Tweet3Send

Related Posts

শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

Road accident I ঢকুৱাখনাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাত নিহত ২ যুৱক, আহত ৩

by News Desk
November 12, 2026
50
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
Assam

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা

by News Desk
November 12, 2026
54
Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers
Assam

Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers

by News Desk
November 12, 2026
50
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Digaru train accident I আসনৰ পৰা চিটিকি পৰিলোঁ, কলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ

by News Desk
November 11, 2026
53
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত

by News Desk
November 11, 2026
51
Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প
Assam

Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প

by News Desk
November 10, 2026
57
ADVERTISEMENT
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু
National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

November 13, 2026
50
Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road
Assam

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

November 13, 2026
50
PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ
National-International

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

November 13, 2026
50
RSS Chief Mohan Bhagawat : এইবাৰ প্ৰধানমন্ত্ৰীৰ দৰে নিৰাপত্তাৰক্ষী লাভ কৰিব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে
National-International

Mohan Bhagawat I পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিল, প্ৰাচীন প্ৰথাৰ বৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত

November 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

November 13, 2026
Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

November 13, 2026
PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

November 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d