ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

দীপংকৰ দাস, ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
November 16, 2026
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

RELATED POSTS

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

New Logo Smal 1 | ASSAM TIMES POST

২০২৪ চনত কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছিল বিশ্বৰ সৰ্ববৃহৎ ‘ৰণপা খোজ’। ৭২১ গৰাকী ৰণপা শিল্পীৰ নিপুণ প্ৰচেষ্টাৰ ফলস্বৰূপে কাৰ্বি আংলঙৰ নাম অন্তৰ্ভুক্ত হৈছিল গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত। এইবাৰো ইতিহাসৰ সাক্ষী হৈ ৰ’ল কাৰ্বি আংলংবাসী।
কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং
কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:

পাৰ্বত্য জিলাখনৰ ১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীয়ে একেলগে কাৰ্বিসকলৰ পৰম্পৰাগত ‘নিমছ কেৰুঙ’ নৃত্যৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি অন্ধ্ৰপ্ৰদেশৰ ১৩ হাজাৰ শিল্পীৰ একেলগে লোকনৃত্য প্ৰদৰ্শনৰ অভিলেখ ভংগ কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং জিলাৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।

কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই অভিলেখ গঢ়াৰ লক্ষ্যৰে যোৱা দুদিন-তিনিদিন ধৰি আৰু আজি দিনজোৰা আখৰাৰ অন্তত ডিফুৰ কাছা ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত মূল কাৰ্যসূচীত অৱতীৰ্ণ হয় ১৫ হাজাৰ শিল্পী। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাং, পৰিষদৰ কাৰ্যবাহী সদস্যসকল আৰু এমএচিসকল, পাৰ্বত্য জিলাখনৰ বিধায়কসকলৰ লগতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ নজনীয়া প্ৰতিনিধি দলৰ উপস্থিতিত শিল্পীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

7bdc92c2 b32c 41cb b796 42a34110cd0f | ASSAM TIMES POSTকেইবাবাৰো টেক আৰু ৰিটেকৰ অন্তত অৱশেষত নিশা প্ৰায় ৮ বজাত আহিল বহু প্ৰত্যাশিত সেই ক্ষণ। শিল্পীসকল সফল হ’ল আৰু গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিসকলে সেউজ সংকেত প্ৰদান কৰি ১৫ হাজাৰ শিল্পীৰ সফলতাৰ কথা ঘোষণা কৰে। সৰ্বাধিক জনজাতীয় শিল্পীৰ একেলগে নৃত্য প্ৰদৰ্শনৰ অভিলেখেৰে গীনিজ বুকত অন্তৰ্ভুক্ত হ’ল কাৰ্বি আংলঙৰ নাম। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়াসকলে এই ঘোষণা কৰাৰ লগে লগে উল্লাসত ফাটি পৰে সমগ্ৰ কাছা ষ্টেডিয়াম।

910319074 2178958186026155 1818235204081561880 n | ASSAM TIMES POSTএই ঘোষণাৰ পিছতে মঞ্চত থিয় হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, আমাৰ সপোন সাৰ্থক হ’ল। এয়া ১৫ হাজাৰ শিল্পীৰ কৃতিত্ব। তেওঁ লগতে জানিবলৈ দিয়ে যে কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কাৰ্বি আংলং দিৱসৰ মূল অনুষ্ঠানত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিসকলে আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰিব।উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰ ধকল সহ্য কৰিব নোৱাৰি কেইবাগৰাকীও শিল্পী অসুস্থ হৈ পৰে আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি আংলং জিলাৰ ৰণপা নৃত্যকাৰ্বি আংলং দিৱস গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডকাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদকাৰ্বি যুৱ মহোৎসৱ ২০২৪গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড (Guinness World Records)ডিফু কাছা ষ্টেডিয়ামতুলিৰাম ৰংহাংনিমছ কেৰুঙ লোকনৃত্য১৫ হাজাৰ শিল্পী একেলগে লোকনৃত্য অভিলেখ
Share4Tweet3Send

Related Posts

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন
KARBI ANGLONG

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

by ASSAM TIMES POST
November 16, 2026
50
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

by News Desk
November 15, 2026
54
ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন
KARBI ANGLONG

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

by News Desk
November 15, 2026
54
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

by News Desk
November 14, 2026
63
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

by News Desk
November 14, 2026
55
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

by News Desk
November 14, 2026
50
ADVERTISEMENT
কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

November 16, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack I কাশ্মীৰৰ চিআৰুপিএফ শিবিৰত আক্ৰমণৰ দুই অভিযুক্ত লস্কৰ সন্ত্ৰাসবাদীৰ নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যু

November 16, 2026
50
Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন
National-International

Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন

November 16, 2026
50
Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন
KARBI ANGLONG

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

November 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

November 16, 2026
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack I কাশ্মীৰৰ চিআৰুপিএফ শিবিৰত আক্ৰমণৰ দুই অভিযুক্ত লস্কৰ সন্ত্ৰাসবাদীৰ নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যু

November 16, 2026
Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন

Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন

November 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d