ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মুখ্যমন্ত্ৰী গৃহ জিলাৰ গাঁওত আজিও সোমাব নোৱাৰে ১০৮ : খোৱাং মইনা গাঁওৰ মূল পথটোত চাৰি বছৰে নপৰিল এটাও শিল:বিধায়কৰ ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ASSAM TIMES POST by ASSAM TIMES POST
March 14, 2020
Reading Time: 1 min read
A A
0
মুখ্যমন্ত্ৰী গৃহ জিলাৰ গাঁওত আজিও সোমাব নোৱাৰে ১০৮ : খোৱাং মইনা গাঁওৰ মূল পথটোত চাৰি বছৰে নপৰিল এটাও শিল:বিধায়কৰ ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

0 1 e1574345654996 6 1 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

বিভাস দুৱৰা

বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি সমূহ যেন ৰাইজৰ বাবে প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ হৈ ৰ’ল।চাৰিটা বছৰ পাৰ হোৱাৰ পাছতো সমষ্টিটোৰ গ্ৰাম্যাঞ্চল উন্নয়ন কৰাত চৰম ভাবে ব্যৰ্থ হোৱা বুলি অভিযোগ উঠিছে বিধায়ক জনৰ ওপৰত।

সব কা চাথ,সব কা বিকাশ নামৰ শ্লগানেৰে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি দিছপুৰ দখল কৰা বিজেপি চৰকাৰে চাৰিটা বছৰ পাৰ কৰিলে যদিও অসমৰ গ্ৰাম্য অঞ্চলৰ বহু পথ আজিও চৰম অৱহেলিত।খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী জনৰ গৃহ জিলাতে উন্নয়ন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে সৰ্ব্বসাধাৰন ৰাইজ।এক সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজা সমষ্টি মৰাণ আজিও বহু সমস্যাৰ মাজতে জৰ্জৰিত ।

বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি সমূহ যেন ৰাইজৰ বাবে প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ হৈ ৰ’ল।চাৰিটা বছৰ পাৰ হোৱাৰ পাছতো সমষ্টিটোৰ গ্ৰাম্যাঞ্চল উন্নয়ন কৰাত চৰম ভাবে ব্যৰ্থ হোৱা বুলি অভিযোগ উঠিছে বিধায়ক জনৰ ওপৰত।ৰাইজৰ অভিযোগলৈ পিঠি দি মৰাণ বিধানসভা সমষ্টিৰ খোৱাং পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ড অৰ্থাৎ হালধিবাৰী মইনা গাঁও আজিও অৱহেলিত হৈ থাকিল । চাৰিটা বছৰে গাঁওবাসীৰ সমস্যাৰ খবৰ লবলৈকো সময় নাপালে বিধায়ক জনে।কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰা বিধায়ক জনে চাৰিটা বছৰে গাঁও খনৰ মূল পথটো নিৰ্মাণ কৰিব নোৱাৰাতো বিশেষ তাৎপৰ্য বহন কৰিছে।

বান বিধস্ত ৰাইজে মূল পথটোত শিল পেলাই ছাত্ৰ ছাত্ৰীৰ লগতে বেপাৰ বাণিজ্যৰ লগত জড়িত ৰাইজৰ কষ্ট লাঘৱ কৰিবলৈ বিধায়ক গৰাকীক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো আজি পৰ্যন্ত বিধায়ক জনে ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।যোৱা বৰ্ষৰ বানপানীৰ সময়ত নাৱত উঠি বিধায়ক জনে গাঁৱৰ সমস্যা বুজ লৈ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ লগতে গাঁও খনৰ মূল পথটো শিলৰীকৰন কৰা হব।কিন্তু সকলো ফুটুকাৰ ফেনত পৰিনত হল।ইয়াৰ পৰৱৰ্তী সময়ত ৰাইজে অনুৰোধ কৰাৰ পাছতো বিধায়কে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে ।

মূল পথটো কোনো এখন চৰকাৰে নিৰ্মাণ কৰি নিদিয়াত বছৰ বছৰ ধৰি মইনা গাঁৱৰ ৰাইজে বোকা পানী গচকি যাতায়ত কৰি যমৰ যাতনা তথা জীয়াতু ভুগি আহিছে।আজি পৰ্যন্ত গাঁও খনত ৰোগী কঢ়িয়াই নিবলৈ ১০৮ সেৱা বাহনো সোমাব পৰা নাই।সামান্য এজাক বৰষুণৰ পাছতে বোকা হৈ পৰা মূল পথটো;আনকি বাৰিষাৰ সময়তো খোজ কাঢ়িবলৈ নোৱাৰা হৈ পৰা অৱস্থা হয়।বাৰিষা ছাত্ৰ-ছাত্ৰী সকলে প্ৰায় ২ কিলোমিটাৰ দূৰৈত চাইকেল থৈ বিদ্যালয়-মহাবিদ্যালয়লৈ অহা যোৱা কৰিব লগাত পৰে।

আনহাতেদি খোৱাং গাঁও পঞ্চায়তৰ ফালৰ পৰাও পথটো নিৰ্মাণ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ কোনো চেষ্টা চলোৱা নহ’ল । সকলোৱে কেৱল প্ৰতিশ্ৰুতিৰ পাছত প্ৰতিশ্ৰুতি হে দি আহিছে । উন্নয়ন আৰু পৰিৱৰ্তনৰ ব্যাপক প্ৰচাৰ চলাই থকা সময়ত চৰকাৰী আঁচনীয়ে আজিও মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ গাঁও সমূহকে ঢুকি নোপোৱা বিষয়টোৱে ব্যাপক চৰ্চা লভিছে।

Tags: featured3
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx