ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰ’না ভাইৰাছ সন্দৰ্ভত ডিফুত ডিএলএছএৰ সজাগতা কাৰ্যসূচী

ASSAM TIMES POST by ASSAM TIMES POST
March 18, 2020
Reading Time: 1 min read
A A
0
কৰ’না ভাইৰাছ সন্দৰ্ভত ডিফুত ডিএলএছএৰ সজাগতা কাৰ্যসূচী

0 1 e1574345654996 6 1 2 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

ডিফু, ১৮ মাৰ্চ: সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ সময়ত সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ এইলৈ আজি ডিফুত ডিষ্ট্ৰিক্ট লীগেল চাৰ্ভিছ চমুকৈ ডিএলএছএৰ উদ্যোগত বিশেষ সতৰ্কতা কাৰ্যসূচী গ্ৰহণ কৰে৷ ডিএলএছএৰ সচিব নাগিব আহমেদ (এজেএছএ)ৰ নেতৃত্বত সমগ্ৰ ডিফুত মাইকেৰে কৰ’না ভাইৰাছৰ বাবে ল’ৱলগীয়া সতৰ্কতা আৰু কৰ’না ভাইৰাছৰ লক্ষণসমূহৰ ওপৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয়৷ মাইকত সজাগতা সন্দৰ্ভত অৱগত কৰে ডিএলএছএৰ কাৰ্যালয় সমন্বয়ক প্ৰিয়ঙ্কা শইকীয়াই ৷

কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় পিএলভি ক্ৰমে, ছাৰলংকি টেৰণ, বিকি দাস, ছাৰমন তেৰাঙ, ডিএলএএছএৰ ষ্টাফ লংবিৰাম ইংতি আৰুদিপেন্দ্ৰ দাসে ৷ ডিএলএছএৰ কে’তবোৰ জনকল্যাণমূলক কামৰ বাবে স্থানীয় ৰাইজে উচ্চ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷

Tags: Featured
Share66Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

by News Desk
August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT