ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰ’নাক লৈ ডিফুত প্ৰশাসনৰ হোটেল, শ্বপিংমল পৰিদৰ্শনৰ লগতে সজাগতা সৃষ্টি

ASSAM TIMES POST by ASSAM TIMES POST
March 20, 2020
Reading Time: 1 min read
A A
0
কৰ’নাক লৈ ডিফুত প্ৰশাসনৰ হোটেল, শ্বপিংমল পৰিদৰ্শনৰ লগতে সজাগতা সৃষ্টি

0 1 e1574345654996 6 1 2 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

ডিফু, ২০ মাৰ্চ: সম্প্ৰতি বিশ্বজুৰি মহামাৰীৰ আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আতংকৰ পৰিৱেশ ৰাজ্যখনৰসকলো প্ৰান্ততে দেখা গৈছে ৷ বিশেষকৈ বিভিন্ন ৰাজ্যত কৰ্মৰত শ্ৰমিক তথা অন্যান্য কৰ্মচাৰীসকল নিজ ৰাজ্যলৈ ওভতি অহাৰ লগে লগে সাধাৰণ ৰাইজৰ মাজত কৰ’না কেন্দ্ৰীক আতংকই পূৰ্বতকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে ৷

স্থানীয় চিকিৎসালয়ৰ পৰা জানিব পৰা অনুসৰি শেহতীয়াকৈ এলেকাটোত এনে ভালে সংখ্যক কৰ্মৰত যুৱক স্বগৃহলৈ উভতি আহিছে যদিও এইসকলৰ মাজত কৰ’না দেখা পোৱা নাই৷ অৱশ্যে, ইয়াৰ পিছতো এইসকল লোকক নিজ গৃহতে কিছু আছুতীয়াকৈ থকাৰ লগতে কিবা শাৰিৰীক অসুস্থতা অনুভৱ কৰিলেই লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিবলৈ জনোৱা হৈছে ৷

image 2 3 | ASSAM TIMES POST

এইক্ষেত্ৰত স্থানীয় গাঁওবুঢ়াসকলৰ সৈতে যোগাযোগ কৰি দিহা কৰাৰ বাবে কোৱা হৈছে ৷ ইয়াৰোপৰি স্বাস্থ্যকৰ্মীসকলেও সকলো মুহূৰ্তত চোকা নজৰ ৰাখিছে ৷

ইফালে কৰ’না ভাইৰাছৰ সংক্ৰমন ৰোধ কৰাৰ বাবে আজি কাৰ্বি আংলঙৰ জিলা প্ৰশাসনৰ একাংশ বিষয়ায়ো ডিফু চহৰৰ বিভিন্ন শ্বপিংমল, ৰে’ল ষ্টেছন, পাৱাৰ হাউছ, হোটেল আদি এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক কৰ’না ভাইৰাছ সংক্ৰমন প্ৰতিৰোধ কৰাৰ বাবে ল’বলগীয়া বিভিন্ন পদক্ষেপসমূহ সম্পৰ্কে ৰাইজক অৱগত কৰে ৷

দলটোত অতিৰিক্ত উপায়ুক্ত আৰ তিমুঙ, উপাসনা দত্ত, কাৰ্যবাহী দণ্ডাধীশ কে, জেমি আৰু খাদ্য আৰু অসামৰিক যোগান বিষয়া এইছ কেম্প্ৰাই বিৰেণ ৰংপি নেতৃত্বাধীন গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৷ বকলীয়াঘাটতো আজি সৃষ্টি সাংস্কৃতিক গোষ্ঠী শীৰ্ষক সামাজিক সংগঠনটোৰ উদ্যোগত বকলীয়াঘাট বজাৰ এলেকাত স্থানীয় লোকসকলৰ মাজত কৰ’না ভাইৰাছ সন্দৰ্ভত সজাগতা অভিযান চলোৱা হৈছে ৷

সংগঠনটোৰ কৰ্মীসকলে আজি দিনজোৰা কাৰ্যসূচীৰে বজাৰ এলেকাৰ বিভিন্ন হোটেল ব্যৱসায়িক প্ৰতিষ্ঠান বেংক আদিত উপস্থিত হৈ সজাগতা সৃষ্টি কৰে আৰু পত্ৰিকা বিতৰণ কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx