ASSAM TIMES POST
আছিফ আলি:
শিৱসাগৰত নিশা দূৰ্ঘটনা । শিৱসাগৰ চহৰৰ NRL পেট্ৰল পাম্পৰ সমীপত এই দুৰ্ঘটনা । পথৰ পৰা বাগৰিল চিলিণ্ডাৰ ভৰ্তি পাঞ্জাৱ বডী ট্ৰাক। ডিগবৈৰ পৰা গেছ ভৰ্তি চিলিণ্ডাৰ সমূহ শিৱসাগৰৰ আইলা গেছ এজেঞ্চীৰ গোদামলৈ কঢ়িয়াই আনিছিল NL 04 D 5203 নম্বৰৰ ট্ৰাকখনে।

দিখৌ দলঙলৈ উঠাৰ সময়তে নিয়ন্ত্ৰন হেৰুৱাই বাগৰি পৰিল ট্ৰাক খন। নিশাই সংঘটিত দূৰ্ঘটনাৰ পাছতো বৰ্তমানলৈকে প্ৰশাসনে গ্ৰহণ কৰা নাই । নিৰাপত্তামূলক ব্যৱস্থ দুজন যানবাহন শাখাৰ আৰক্ষীক নিয়োগ কৰিয়েই দায়িত্ব সামৰিছে আৰক্ষীয়ে













